মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / চৰাইৰ বিস্ময়কৰ শক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰাইৰ বিস্ময়কৰ শক্তি

বিস্ময়কৰ শক্তি

কম বেছি পৰিমাণে সকলো ইতৰ প্ৰাণীৰে অদ্ভুত শক্তি আছে।| তাৰ ভিতৰত কিছু প্ৰাণীৰ এই শক্তি অতি বিস্ময়কৰ।|

যেনে - চৰায়ে অলপো নোৰোরাকৈ হাজাৰ কিঃমিঃ অতিক্ৰম কৰাটো অতি বিস্ময়কৰ।

অকল সিমানেই নহয় অতি দুৰ্গম বণাঞ্চল অতিক্ৰম কৰি নিৰ্ভূলভাবে ঘূৰি অহাটোকম কথানে ?

দ্বিতীয়তে আহক পঁইতাচোৰৰ কথালৈ, ইয়াৰ খাদ্য সংৰক্ষ্যণৰ প্ৰণালী তবধ মানিব লগা।

প্ৰয়োজনাধিক খাদ্য পালে ই বাকী খাদ্যখিনিত পেচাব কৰি দিয়ে যাৰ দুৰ্গন্ধত আন কোনো প্ৰাণীয়ে সেই খাদ্য গ্ৰহণ নকৰে।

টিনামৌ নামৰ চৰাইবিধে আকৌ ৰঙা, নীলা সেইজীয়া আদি নানাৰঙৰ কণী পাৰে।

কুলিয়ে কণী পাৰে ক'ত ?

কাউৰীৰ বাহত ।

কণী পৰাৰ সময়টো নিজে ঠিক কৰি ল'ব পৰাটো অৰ্থাত কণী পৰা ওপযোক্ত সময়লৈ অপেক্ষা কৰিব পৰাটো ইয়াৰ আন এক অদ্ভুত গুণ ।

পানীত নিমিশতে ভাহিব আৰু তল যাব পৰাটো ভেকুলীৰ এক আচৰিত শক্তি।| কাৰণ মাছৰ দৰে ইয়াৰ কোনো বায়ুমোনা নাথাকে।|

হাতীয়ে আকৌ অৰণ্যৰ মাজটো দহ বাৰ কিঃমিঃ আতৰত থকা স্বজাতীলৈ সংকেত পথাব পাৰে।
প্ৰকৃতিৰ বিচিত্ৰময় শক্তিৰ মাজত এইকেইটাও কম শক্তি নহয় !

লিখক: নিৰঞ্জন ভূঞা।

3.04255319149
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top