মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / শিশুসকলৰ বাবে গুগলৰ পৰিবৰ্তে কিডল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুসকলৰ বাবে গুগলৰ পৰিবৰ্তে কিডল

শিশুসকলৰ বাবে গুগলৰ পৰিবৰ্তে কিডম্ৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে

 

আজিকালিৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰজেক্ট বা শিক্ষা সমন্ধীয় যিকোনো তথ্যৰ বাবে সাধাৰনতে ইন্টাৰনেট ব্যৱহাৰ কৰে। সৰু সৰু ল’ৰা ছোৱালী সকলৰ মাজতো গুগল বহুলভাবে প্ৰচলিত।গুগলত ভাল বেয়া সকলো তথ্য উপলব্ধ কিছুমান শিশুসকলৰ বাবে অনুপযোগী তথ্য বা যিকোনো তথ্য গুগলত বিচাৰিলে পোৱা যায়।শেহতীয়াকৈ গুগলে শিশুসকলৰ উপযোগীকৈ নতুন এটা ৱেব-ব্ৰাউজাৰ মুকলি কৰিছে য’ত শিশুসকলৰ উপযোগী তথ্যসমূহে বিশেষভাবে উপলব্ধ যাৰ নাম হৈছে কিডলি।গতিকে আপোনাৰ শিশুটিক গুগলৰ পৰিবৰ্তে কিডলি ব্যৱহাৰ কৰিব শিকাব পাৰে।

 

তথ্যসংগ্ৰহ-ৰুমী নাথ

বিকাশপেডিয়া অসম

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top