মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / শিক্ষক, শিক্ষাদান আৰু তথ্য-প্ৰযুক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষক, শিক্ষাদান আৰু তথ্য-প্ৰযুক্তি

 

শিক্ষকৰ ভূমিকা

 

আইচিটিৰ সাহায্যত শিক্ষকৰ সহজীকৰণ ভূমিকাটো শ্ৰেণীত শিক্ষকৰ শিক্ষণৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে। পৰম্পৰাগত শিক্ষকৰ প্ৰশাসনিক ক্ষমতা আৰু অভ্যাসটো এতিয়াও যথেষ্ট (বিশেষকৈ তেওঁলোকৰ বাবে যিসকলৰ সম্পৰ্কটো পাঠ্য পৰিকল্পনাৰ লগত, তৈয়াৰীৰ লগত আৰু অনুধাৱনৰ লগত সম্পৰ্কিত আছে) বিষয়।

যিবিলাক ঠাইত সামান্য পৰিমাণে লোৱা হৈছে সেইবিলাক ঠাইত আইচিটিৰ সাহায্যত পাঠৰ পৰিকল্পনাটোৰ ক্ষেত্ৰত এটা মুখ্য ভূমিকা গ্ৰহণ কৰে। অনুসন্ধানৰ পৰা পোৱা গৈছে যে ছাত্ৰ-ছাত্ৰীৰ কাম-কাজখিনি প্ৰায়েই কাৰো চকুত নপৰাকৈয়েই থাকি যায়, ফলস্বৰূপে কম পৰিমাণে অভিষ্টসাধন হয়।

প্ৰযুক্তিৰ প্ৰৱৰ্তনখিনি অকলে মাথোঁ শিক্ষা আৰু শিক্ষণ পদ্ধতিটোক সলনি কৰিব নোৱাৰে। অকলে আইচিটিৰ অস্তিত্বটোয়ে শিক্ষাৰ অভ্যাসটোক সলনি কৰিব নোৱাৰে। যি কি নহওঁক, আইচিটিয়ে শিক্ষকক শিক্ষাৰ পদ্ধতিটোক এটা বিশেষ মাত্ৰাত সলনি কৰিবলৈ সক্ষম হয়। শিক্ষকৰ শিক্ষণৰ পদ্ধতিটো আৰু প্ৰয়োজনীয় পদ্ধতিগত কাৰ্যকৰণবিলাক আইচিটিৰ ব্যৱহাৰত যথেষ্ট প্ৰভাৱ পেলায় আৰু শিক্ষকৰ চৰিত্ৰ আইচিটি ব্যৱহাৰ্য প্ৰতিক্ৰিয়া ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বত সাহায্য কৰে। বেছি পৰিমাণে শিক্ষণকেন্দ্ৰিক শিক্ষাৰ পৰিৱেশটো তৈয়াৰ কৰিবলৈ আইচিটি সহায়িকা সৰঞ্জামখিনি অধিকভাৱে সাহায্য কৰে। অ’ইচিডি (অ’ৰগেনাইজেচন ফৰ ইক’নমিক্স কোপাৰেচন এণ্ড ডেভেলপমেন্ট) দেশবিলাক, অনুসন্ধানমূলক সহমত আৰু আইচিটিৰ অতি কাৰ্যকৰী ব্যৱহাৰবিলাক হ’ল সেইবিলাক যিবিলাকত শিক্ষকসকল, আইচিটিৰ সাহায্যপ্ৰাপ্ত, ছাত্ৰ-ছাত্ৰীসকলৰ বিচাৰ, বুদ্ধি আৰু চিন্তা ধাৰাটোক পোনে পোনে আহ্বান জনোৱা হয় গোটেই শ্ৰেণীৰ ভিতৰত হোৱা আলোচনাৰ মাধ্যমে আইচিটিৰ সহায়তাত ব্যক্তিগত/সৰু সৰু দলৰ কাম-কাজৰ মাধ্যমে। চিৰাচৰিত শিক্ষণকেন্দ্ৰিক শিক্ষৰ পদ্ধতিৰ পৰা অধিক পৰিমাণে শিক্ষণকেন্দ্ৰিক শিক্ষাৰ ধৰণটোক সলনি কৰিবৰ বাবে আইচিটি এটা অতি গুৰুত্বপূৰ্ণ অংগ হিচাপে পৰিগণিত হৈছে।

আইচিটিৰ পৰিৱৰ্তনক সাহায্য আৰু ছাপৰ্ট/চলি থকা শিক্ষণ পদ্ধতিটোৰ অভ্যাস বঢ়োৱা। প্ৰয়োজনীয় চিৰাচৰিত পদ্ধতিৰ যিখিনি প্ৰয়োজন সেইখিনিকে কামত লগায়, শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ মৌলিক পৰিৱৰ্তনখিনিক অধিক পৰিমাণে লগাই আইচিটিৰ সাহায্যত শিক্ষকৰ শিক্ষণ পদ্ধতিটো ব্যৱহাৰ কৰি মাথোঁ শিক্ষাৰ অভ্যাসটোক এটা ক্ষুদ্ৰ মাত্ৰাৰ গতি আনি দিব পাৰে। শিক্ষকৰ শিক্ষণ ব্যৱস্থাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলাপ-আলোচনাৰ ক্ষেত্ৰত আইচিটিয়ে অতি বেছিকৈ শিক্ষণ ব্যৱস্থাটোক কামত লগাব পাৰে।

তথ্য উপস্থিতকৰণৰ ক্ষেত্ৰত আইচিটিৰ সাহাৰ্য লোৱাটো এটা মিশ্ৰিত কাৰ্যকাৰিতা। উপস্থিতকৰণ সৰঞ্জাম হিচাপে আইচিটিক ব্যৱহাৰ কৰি (অভাৰ হেড আৰু এল চি ডি প্ৰজেক্ট, টেলিভিচন, ইলেক্ট্ৰনিক হোৱাইট ব’ৰ্ড, গাইডেড, ৱেব-ট্যুৰ, য’ত ছাত্ৰ-ছাত্ৰীসকলে একেলেথাৰিয়ে একেটা বিষয়কেই কম্পিউটাৰৰ পৰ্দাত দেখিবলৈ পায়) কাৰ্যক্ষেত্ৰত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা যায়। বিভিন্ন টান টান বিষয়বিলাক বুজি পোৱাৰ ক্ষেত্ৰত শ্ৰেণীত পাৰস্পৰিক বুজাপঢ়া (বিশেষকৈ দৃশাগত অনুকৰণৰ মাধ্যমে), আইচিটিৰ এই ধৰণৰ প্ৰয়োগৰ ফলত চিৰাচৰিত শিক্ষণ পদ্ধতিৰ অভ্যাসটোৰ কৰ্মক্ষমতাক বৃদ্ধি কৰে আৰু আলোচনা চলি থকা বা দেখুৱাই থকা মূল বিষয়বস্তুৰ পৰা দৃষ্টিৰ পৰিৱৰ্তন হৈ যায়।

শিক্ষকৰ আইচিটিৰ প্ৰয়োগ কৌশলগত ক্ষমতা আৰু জ্ঞান

 

প্ৰয়োগ কৌশলগত দিশৰ পৰা আইচিটি শিক্ষণৰ সফলতা চুক্তিটোৱেই আইচিটিৰ সম্পৰ্কে শিক্ষকৰ প্ৰয়োগ কৌশলগত কৃতিত্বৰ ক্ষেত্ৰত যথেষ্ট নহয়। ৱান অৱ ট্ৰেনিং যথেষ্ট নহয়।

শিক্ষকসকলক যথেষ্ট পৰিমাণে আইচিটিৰ পৰিচিতিৰ প্ৰয়োজন হয়, যাতে নিৰ্দিষ্টকৈ প্ৰয়োজনীয় সামগ্ৰীৰ বাছনি কৰিব পৰা যায়। যি নহওঁক সঠিক শিক্ষণ পদ্ধতিৰ উন্নয়নখিনিৰ আইচিটিৰ কৰ্তৃত্বপূৰ্ণ প্ৰয়োগ কৌশলতকৈ অধিক গুৰুত্বপূৰ্ণ। আইচিটিক তেওঁলোকৰ শিক্ষণ পদ্ধতিত ব্যৱহাৰ কৰি মাথোঁ কিছুসংখ্যক শিক্ষকে বহল মনৰ জ্ঞানৰ পৰিচয় দিয়ে। আনকি অতিকৈ উন্নত অ’ইচিডি দেশবিলাকৰ স্কুলত মাথোঁ সামান্য কিছুসংখ্যক শিক্ষকৰ আইচিটি সৰঞ্জাম আৰু বিষয়বস্তুৰ সম্পৰ্কে নিৰ্দিষ্ট সৰ্বাংগীন জ্ঞান বা ধ্যান-ধাৰণা আছে। শিক্ষা আৰু শিক্ষণ সৰঞ্জামৰ ক্ষেত্ৰত আইচিটিৰ ব্যৱহাৰ বিপৰীতে তুলনামূলকভাৱে অ’ইচিডি দেশবিলাকত আইচিটিৰ সাহায্যপ্ৰাপ্ত কম্পিউটাৰ শিক্ষণ বিষয়টো কম দেখা যায়। অ’ইচিডি দেশৰ অভিজ্ঞতাত, প্ৰতিদিনৰ শিক্ষাৰ ক্ষেত্ৰত আৰু শিক্ষণৰ কৰ্মকাণ্ডৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়খিনি কম্পিউটাৰ শ্ৰেণীৰ নিৰ্ধাৰিত নিৰ্দেশৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ। আকৌ শিক্ষা আৰু শিক্ষণৰ পদ্ধতিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ উন্নতিখিনি দেখিবলৈ পোৱা যায়। যিবিলাক স্কুলত অধিক সংখ্যক আইচিটিৰ লগত যুক্তা দক্ষতা আৰু অভিজ্ঞতা সম্বলিত ছাত্ৰ-ছাত্ৰী আছে সেইবিলাক অধিক পৰিমাণে কম্পিউটাৰ কোৰ্চৰ দৰে নহয়, কিন্তু সেইবিলাক স্কুল তুলনামূলকভাৱে ভাল যিবিলাকত আইচিটিৰ ৰুটিনমতে গোটেই বছৰতেই শিক্ষকৰ ব্যৱহাৰিক উন্নয়ন আৰু শিক্ষাৰ লগতে শিক্ষণৰ পদ্ধতিৰ সম্পৰ্কে শিক্ষা প্ৰদান কৰা হয়। প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ত শিক্ষকতকৈ ছাত্ৰ-ছাত্ৰীসকল অধিক বেছি উন্নত।

অ’ইচিডি দেশবিলাকত, ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান আৰু আইচিটিৰ ব্যৱহাৰৰ লগত শিক্ষকৰ সামৰ্থ আৰু আইচিটিৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষকৰ সক্ষমতাৰ তুলনা কৰিলে এটা ডাঙৰ ব্যৱধান দেখিব পৰা যায়। এইটো মতামত দিব পৰা যায় যে শিক্ষকসকল অপৈণত আৰু দক্ষতাহীন আৰু তেওঁলোকৰ এই নিম্নমুখী ধাৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক কাৰ্যকৰী আইচিটি শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা দেখা যায়।

আইচিটিৰ ব্যৱহাৰত শিক্ষকসকল

 

বিশেষকৈ প্ৰশাসনিক কাম-কাজৰ ক্ষেত্ৰত শিক্ষকসকল আইচিটি ব্যৱহাৰ কৰে। শিক্ষকসকল প্ৰায়েই আইচিটিক তেওঁলোকৰ দৈনন্দিন কামৰ বাবে (ৰেকৰ্ড ৰখা, পাঠৰ উন্নয়ন পৰিকল্পনা, তথ্যৰ প্ৰেজেন্টেচন, ইন্টাৰনেটত প্ৰাথমিক তথ্য বিচৰা) ব্যৱহাৰ কৰে। অধিক জ্ঞান সম্পন্ন শিক্ষকসকল কম্পিউটাৰ সহায়ক নিৰ্দেশবিলাকত কম পৰিমাণে ভৰসা কৰে। কিছুমান শিক্ষক আইচিটিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কম্পিউটাৰ সহায়ক নিৰ্দেশবিলাক অধিক পৰিমাণে জানে যদিও তেওঁলোকে অন্যান্য শিক্ষকৰ তুলনাত ইয়াক কম ব্যৱহাৰ কৰে, কিন্তু আইচিটিক প্ৰায় সকলো ক্ষেত্ৰতেই কামত লগায়। কিদৰে শিক্ষকসকল তেওঁলোকৰ সাধাৰণ শিক্ষাৰ ধৰণটোৰ বাবে আইচিটিৰ ওপৰ নিৰ্ভৰশীল আইচিটি ব্যৱহাৰিক ধৰণটো শিক্ষকসকলৰ শিক্ষণ পদ্ধতিটোৰ মানসিকতাৰ লগত সম্পৰ্কিত। যিসকল শিক্ষকে কাৰ্যকৰীভাৱে অধিক পৰিমাণে আইচিটিক কামত লগায় আৰু কম পৰিমাণে চিৰাচৰিত ট্ৰাঞ্চমিচন মেথড শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰে। যিসকল শিক্ষকে বেছি পৰিমাণে ছফটৱেৰ ব্যৱহাৰ কৰাৰ পক্ষে সেইসকলে অধিক পৰিমাণে গঠনমূলক শিক্ষণ পদ্ধতিৰ পক্ষে। আইচিটিৰ লগত যুক্ত শিক্ষা পদ্ধতিটো অধিক সময় লয় শিক্ষকসকলৰ বাবে আইচিটিৰ পৰিচিত আৰু তাৰ ব্যৱহাৰ অধিক পৰিমাণে সময় সাপেক্ষ বিষয়। কিয়নো একাধাৰে তেওঁলোকে শিক্ষণ পদ্ধতিটোৰ অভ্যাস আৰু পৰিকল্পনাৰ ফালে গুচি আহে আৰু আনহাতে এই পৰিকল্পনাবিলাক নিয়মিতভাৱে ব্যৱহাৰ নকৰে। মাথোঁ চাওক: আইচিটিৰ জ্ঞানৰ সৈতে শিক্ষা দিয়াটোত অধিক সময়ৰ প্ৰয়োজন হয় (অতিৰিক্ত জ্ঞানৰ সৈতে শিক্ষা দিয়াটোত অধিক সময়ৰ প্ৰয়োজন হয় (অতিৰিক্ত কিমানখিনি সময় লাগিব সেই একেটা বিষয়বস্তু সাৱটি ল’বলৈ তাৰ ওপৰত নিৰ্ভৰ কৰি অনুমান কৰা সময়ত পৰিৱৰ্তন হ’ব পাৰে, দহ শতাংশ হ’ল সাধাৰণ সমত)

শিক্ষকৰ আত্মবিশ্বাস আৰু প্ৰেৰণা

 

সামান্যসংখ্যক শিক্ষকৰ আইচিটি ব্যৱহাৰ প্ৰতি আত্মবিশ্বাস আছে। এটা বৃহৎ অংশৰ আইচিটিৰ সুবিধাখিনি মাথোঁ সামান্যসংখ্যক শিক্ষকে আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰিবলৈ পাৰে আৰু যিদৰে পাঠ্য পৰিচালন কৰা হয় তাৰ ওপৰত সীমিত বিশ্বাস নিৰ্ভৰ কৰে। ভয়ৰ কাৰণে বহুতো শিক্ষকে আইচিটি ব্যৱহাৰ কৰিবলৈ টান পায়। অ’ইচিডি দেশবিলাকত, বহুতো শিক্ষকে আইচিটিৰ ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়াও ভয় কৰে আৰু সেইবাবেই তেওঁলোকৰ শিক্ষা ব্যৱস্থাত ইয়াৰ অন্তৰ্ভুক্তি কৰিবলৈ টান পায়। আইচিটিক (কিছুসংখ্যক) অন্তত:পক্ষে শিক্ষকক আৰম্ভণিতে উৎসাহ দিব বিচাৰে। অন্তত:পক্ষে প্ৰথমতে, আইচিটিক পৰিচিত কৰিবলৈ কিছুসংখ্যক শিক্ষকক বৃত্তিগত উন্নয়নৰ বাবে উৎসাহ দিব পাৰে। বৃত্তিগত উন্নয়নৰ বাবে শিক্ষকসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিব বাবে কিছু পৰিমাণে উৎসাহমূলক আৰ্থিক অনুদান আগবঢ়াব লাগে।

শিক্ষকসকলক কিছু পৰিমাণে অতিৰিক্ত আৰ্থিক বৰঙণি দি তেওঁলোকক বৃত্তিগত উন্নয়ন কৰ্মকাণ্ডত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিব পৰা যায়। বিভিন্ন ধৰণৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰি যেনে-চাৰ্টিফিকেট বা প্ৰশংসা-পত্ৰ, বৃত্তিগত পদোন্নতি, দৰমহা বৃদ্দি, বৃত্তিগত কৰ্মকাণ্ডত অংশগ্ৰহণ কৰিবৰ সময়ছোৱাত আৰ্থিক সাহায্য, স্কুল আৰু কমিউনিটী লেভেলত আইনমতে আৰু বিধিসন্মতহীন স্বীকৃতি, কম পৰিমাণে অন্তৰণ আৰু বৰ্ধিত উৎপাদনত।

আইচিটিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল শিক্ষকসকল নিয়মীয়াকৈ আইচিটিৰ শিক্ষণ পদ্ধতিত অংশগ্ৰহণ কৰেনে নাই সেইটো আৰু তাৰ কাৰ্যকাৰীতা আৰু সেই সম্পৰ্কিত নানান সা-সঁজুলিৰ ব্যৱহাৰ নিশ্চিত কৰা পাঠ্যত কিদৰে আইচিটি ব্যৱহাৰ হয় আৰু কিদৰে আইচিটিৰ সুবিধাবিলাকক কামত লগাব পাৰি আৰু এইটো কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, এইখিনি শিক্ষকসকলৰ সেই বিষয়টোৰ ওপৰত থকা দখলৰ ওপৰত নিৰ্ভৰ কৰে।

আইচিটিৰ ওপৰত শিক্ষকসকলৰ দক্ষতা আৰু ছাত্ৰ-ছাত্ৰীসকলক কিমানখিনি বুজাব পাৰে তাৰ ওপৰত ইয়াৰ সফলতা নিৰ্ভৰ কৰে। সাক্ষ্যৰ পৰা দেখা গৈছে যে যদি ব্যৱহাৰিক শিক্ষকসকলে আইচিটিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে তেতিয়া হ’লে বিষয়বস্তুৰ ওপৰত শিক্ষকসকলৰ জ্ঞানখিনিক ছাত্ৰ-ছাত্ৰীসকলে বেছি ভালকৈ বুজি পায়।

আইচিটিৰ মাধ্যমে নতুন/অতিৰিক্ত তথ্যৰ পৰিচিতটো যথেষ্ট নহয়। কোনো নতুন আৰু অতিৰিক্ত বিষয়বস্তুৰ লগত পৰিচিততকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সিদ্ধিলাভটোৱেই ডাঙৰ বিষয়, বিশেষকৈ যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰ নিজেই বুজি পাব। আইচিটি-এ শিক্ষকসকলক নিজ বিষয়বস্তুৰ শিক্ষাৰ বাবে সাহায্য কৰিব পাৰে উন্নত মনৰ আৰু অতিৰিক্ত শিক্ষাৰ সুবিধা প্ৰদান কৰি, আইচিটি-এ শিক্ষকসকলক তেওঁৰ/তাইৰ নিজা বিষয়বস্তুৰ ওপৰত নিজ শিক্ষা প্ৰদান কৰিব পাৰে। আইচিটিৰ শিক্ষা সফলভাৱে ব্যৱহাৰৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণ আৰু সহযোগিতাটো বৰ টান শিক্ষাৰ ক্ষেত্ৰত সফলতাৰে আইচিটিৰ ব্যৱহাৰটো শিক্ষকৰ প্ৰশিক্ষণ আৰু বৃত্তিগত উন্নয়নৰ ক্ষেত্ৰত দেখা যায়। শিক্ষকৰ বৃত্তিগত উন্নয়ন এটা পদ্ধতি মাথোঁ, কিন্তু কোনো ঘটনা নহয়। চিৰাচৰিতভাৱে মাথোঁ এবাৰৰ শিক্ষক প্ৰশিক্ষণ কাৰ্য্যালয়টো শিক্ষকসকলৰ সুবিধাজনকভাৱে আইচিটিৰ ব্যৱহাৰত সিমান প্ৰভাৱ পেলাব নোৱাৰে, শিক্ষাৰ ক্ষেত্ৰত সফলতাৰে অসম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰিবৰ চেষ্টা কৰা উচিত। একেলেথাৰিয়ে চলি থকা বৃত্তিগত উন্নয়নমূলক কৰ্মকাণ্ডবিলাক তুলনামূলকভাৱে মাথোঁ এবাৰৰ প্ৰশিক্ষণ ব্যৱস্থাটোতকৈ অধিক কাৰ্যকৰী। আইচিটিৰ পৰিচিতিয়ে শিক্ষকসকলৰ চলি থাকে বৃত্তিগত উন্নয়নমূলক আঁচনিক সঠিকভাৱে আগবঢ়াই নিয়ে। শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু বৃত্তিগত উন্নয়ন প্ৰয়োজনীয়তাৰ বাবে আইচিটিৰ কাৰ্যকৰী প্ৰয়োগ হ’ব লাগে। যি নহওঁক, এইবিলাক বাঢ়িব ধৰা চাহিদাৰ ক্ষেত্ৰত আইচিটি এটা গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে পৰিগণিত হ’ব পাৰে, কিয়নো বেছিকৈ ভাল শিক্ষাৰ বিষয়বস্তুৰ জগতত প্ৰৱেশ কৰাৰ সুবিধা, দৈনন্দিন প্ৰশাসনিক কাম-কাজৰ ক্ষেত্ৰত সাহায্য, কাৰ্যকৰী শিক্ষাৰ অভ্যাসৰ অনুকৰণ, ছাত্ৰ-ছাত্ৰীৰ সাহায্যৰ বাবে নেটৱৰ্ক, মুখামুখী আৰু দূৰৈৰ শিক্ষা ব্যৱস্থা, আৰু প্ৰকৃত সময় বা সমলয় হোৱা।

সফলতাৰে চলি থকা শিক্ষকৰ বৃত্তিগত উন্নয়নৰ নমুনাটোক মুঠ তিনিটা ভাগত ভগাব পাৰি:

 

১) চাকৰিৰ আগমূহুৰ্ত, শিক্ষণ পদ্ধতি প্ৰাথমিক দিশ দেখুওৱা, দক্ষতা, প্ৰশাসনিক ক্ষমতা আৰু বিভিন্ন ধৰণৰ শিক্ষাৰ সা-সঁজুলি (আইচিটিৰ সৈতে)।

২) চাকৰিত গঠনমূলক, মুখামুখি আৰু দূৰৈৰ শিক্ষা ব্যৱস্থা, চাকৰিৰ আগমুহুৰ্তৰ প্ৰশিক্ষণ ব্যৱস্থা আৰু প্ৰত্যক্ষভাৱে শিক্ষকৰ প্ৰয়োজনখিনি আৰু

৩) চলি থকা স্বীকৃত আৰু অস্বীকৃত শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশল সাহায্য, আইচিটিৰ সাহায্যপ্ৰাপ্ত, শিক্ষকৰ বাবে, প্ৰতিদিনৰ কামৰ প্ৰত্যাহ্বান ইত্যাদি। কাৰ্যকৰী শিক্ষকৰ বৃত্তিগত উন্নয়নমূলক কামখিনি মডেল নিৰ্ভৰ শিক্ষাৰ অভ্যাস হোৱা উচিত।

কাৰ্যকৰী শিক্ষকৰ বৃত্তিগত উন্নয়নখিনি যিমানখিনি সম্ভৱ ক্লাছৰূম পৰিৱেশৰ লগত খাপ খাব লাগে। আইচিটিৰ ক্ষেত্ৰত হাতে হাতে প্ৰশিক্ষণটো ভীষণ প্ৰয়োজন য’ত আইচিটি এটা গুৰুত্বপূৰ্ণ শিক্ষাপদ্ধতি হোৱা উচিত।

মূল্য নিৰ্ধাৰণ প্ৰশিক্ষণ পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ বৃত্তিগত উন্নয়নৰ ভিতৰত শিক্ষণ পদ্ধতিৰ নিৰ্ণায়ক অভ্যাস আৰু শিক্ষকসকলক বিভিন্ন মূল্যাংকন পদ্ধতিৰ বাট মুকলি কৰে। কাৰ্যকৰী বৃত্তিগত উন্নয়নৰ বাবে যথাযোগ্য পৰিকল্পনাৰ প্ৰয়োজন হয়।

এটা প্ৰয়োজনীয় মূল্যাংকন শিক্ষকসকলৰ বৃত্তিগত উন্নয়নক বাট দেখুৱায়, দৈনন্দিন চোৱা-চিতা কৰা আৰু মূল্যাংকনখিনি এইবিলাক কৰ্মকাণ্ডত দেখা পোৱা উচিত আৰু প্ৰতিক্ৰিয়াখিনি স্থায়িত্ব পোৱা উচিত, যদিহে বৃত্তিগত উন্নয়নখিনি কাৰ্যকৰী আৰু শিক্ষকৰ চাহিদামতে পূৰণ কৰিব পৰা হয়।

শিক্ষকসকলৰ বাবে চলি থকা, প্ৰতিদিনৰ সাহায্যখিনি কঠিন। শিক্ষকসকলৰ বৃত্তিগত উন্নয়ন আৰু আইচিটিৰ মাধ্যমে চলি থকা প্ৰতিদিনৰ সাহায্যখিনি অত্যন্ত প্ৰয়োজন সাপেক্ষ আৰু সহজলভ্য কৰি তোলে (ৱেবছাইটৰ মাধ্যমে, দলগত আলোচনাৰ মাধ্যমে, ই-মেইল, ৰেডিঅ’ নাইবা টেলিভিচন ব্ৰডকাষ্টিঙৰ মাধ্যমে)।

সক্ষম গুণাগুণ

 

শিক্ষণ পদ্ধতিৰ সালসলনি কৰি, আঁচনি আৰু মূল্যাংকন পদ্ধতিটো পুনৰ গঠন কৰি আৰু স্কুলবিলাকক অধিক পৰিমাণে স্বাধীনতা প্ৰদান কৰি আইচিটি ব্যৱহাৰৰ কাৰণে সাহায্য প্ৰদান কৰা। যথেষ্ট সমৰ্থিত গুণাগুণৰ সৈতে শিক্ষকসকল আইচিটিক এটা গঠনমূলক বিষয়ত ব্যৱহাৰ কৰিব পাৰে যাতে তেওঁলোকৰ শিক্ষণ পদ্ধতিৰ মানসিকতা মানি লয়।

প্ৰয়োগ কৌশলগত গঠন প্ৰণালীবিলাক বৰ কঠিন কম্পিউটাৰৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট পৰিমাণে প্ৰয়োগ কৌশলগত সাহায্যও দিয়া প্ৰয়োজন, যদি তেওঁলোকে আইচিটিক পৰিচিতিৰ বাবে যথেষ্ট পৰিমাণে সময়ৰ প্ৰয়োজন হয় যদি সঠিকভাৱে আৰু কাৰ্যকৰীভাৱে আইচিটি কামত লগাব বিচাৰে তেতিয়া হ’লে যথেষ্ট পৰিমাণে সময় অৱশ্যেই দিব লাগে যাতে নুতন এটা দক্ষতা, তেওঁলোকৰ দৈনন্দিন জীৱনত কামত লগাব পাৰে আৰু প্ৰয়োজনীয় অতিৰিক্ত পঠন-পাঠ্যৰ পৰিকল্পনা কৰিব পাৰে। স্কুলৰ প্ৰশাসনিক আৰু কমিউনিটিৰ পৰা সাহায্য পোৱাম আৰু কিছুমান ক্ষেত্ৰত আশে-পাশে থকা কমিউনিটিত শিক্ষকসকলক আইচিটি ব্যৱহাৰ কৰা দেখা গৈছে, যদি আইচিটিক কাৰ্যকৰীভাৱে অকলে ব্যৱহাৰ কৰিছে তেতিয়াহে। এই কাৰণতেই দুয়োটা দলৰ ক্ষেত্ৰতেই লক্ষ্য নিৰ্দিষ্ট হোৱাটো অত্যন্ত প্ৰয়োজন। শিক্ষকসকলৰ বৃত্তিগত উন্নয়ন সাহায্যৰ বাবে দলগত অভ্যাসটো অতিকে গুৰুত্বপূৰ্ণ বিষয় স্বীকৃত আৰু অস্বীকৃত দলৰ অভ্যাস অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা নেটৱৰ্ক শিক্ষাৰ কৰ্মকাণ্ডৰ বাবে আইচিটি এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। এই ধৰণৰ সাহায্যকাৰী পদ্ধতিটো আইচিটিৰ ব্যৱহাৰৰ বাবে স্বীকৃত হ’ব পাৰে। শিক্ষাৰ প্ৰয়োজনত আইচিটিৰ পৰিচিত পাঠ্যৰ পৰা পাঠ লোৱা শিক্ষাৰ প্ৰয়োজনত আইচিটিৰ লগত পৰিচিত এটা বিশাল পৰিৱৰ্তন বা উন্নত পদ্ধতিৰ প্ৰয়োগ, এইটো গুৰুত্বপূৰ্ণ যে আইচিটিক সফলভাৱে আৰু দৌদিশে বিয়পাই দিয়ে।

উৎস: আই এন এফ অ’ ডি ই ভি।

 

 

 

3.02127659574
নাজিম উদ্দিন Feb 01, 2018 06:34 AM

উত্তম

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top