মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / ব্লুমছৰ শিক্ষণৰ শ্ৰেণীকৰণৰ ক্ষেত্ৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্লুমছৰ শিক্ষণৰ শ্ৰেণীকৰণৰ ক্ষেত্ৰ

এই শিতানত ব্লুমছৰ শিক্ষা পদ্ধতিৰ তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।

শিক্ষা পদ্ধতিৰ তিনিটা প্ৰকাৰ

শিক্ষাৰ একাধিক পদ্ধতি আছে ৷ বেঞ্জামিন ব্লুমৰ (1956) নেতৃত্বত বিভিন্ন কলেজৰ দ্বাৰা গঠিত কমিটিয়ে শিক্ষা পদ্ধতিৰ তিনিটা পদ্ধতিৰ কথা উল্লেখ কৰে:

  • জ্ঞানশক্তি: মানসিক দক্ষতা (জ্ঞান)
  • স্নেহপ্ৰৱণতা: অনুভূতি আৰু আৱেগৰ বিকাশ
  • চালিকাশক্তি: শাৰীৰিক বা কায়িক দক্ষতা(দক্ষতা)

 

 

স: আইএনডিজি দল

2.92424242424
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top