মূল পৃষ্ঠা / ঘটনাৰাজি
অংশিদাৰী

ঘটনাৰাজি

৩১ মাৰ্চৰ পৰা নমামী ব্ৰহ্মপুত্ৰ উৎসৱ

পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য

Event details

When

Mar 31, 2017 09:00 AM to
Apr 04, 2017 05:00 PM

Where

ধুবুৰী

 

পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য সাংস্কৃতিক প্ৰতিফলিত কৰি আয়োজন হ’বলগা মহাবাহু ব্ৰহ্মপুত্ৰ ভিত্তিক এই উৎসৱ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩১ মাৰ্চত ধুবুৰীলৈ আহিব।

পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য সাংস্কৃতিক প্ৰতিফলিত কৰি আয়োজন হ’বলগা মহাবাহু ব্ৰহ্মপুত্ৰ ভিত্তিক এই উৎসৱ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩১ মাৰ্চত ধুবুৰীলৈ আহিব।

উৎস-দৈনিক অসম

 

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বিজ্ঞান মহোৎসৱ

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত

Event details

When

Feb 27, 2017 10:00 AM to
Feb 28, 2017 04:00 PM

Where

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(গুৱাহাটী)

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত বিভাগটোৱে দুদিনীয়াকৈ আয়োজন কৰিছে এই বিজ্ঞান মহোৎসৱ। ২৩ ফেব্ৰুৱাৰীত অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে বিজ্ঞান মহোৎসৱৰ দুয়োটা দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব আমেৰিকাৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানী ড° কে'ন জনষ্টনে। এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

উৎস:অসমীয়া প্ৰতিদিন

আজিৰে পৰা চিমেন চাপৰিত বড়ো সাহিত্য সভাৰ অধিৱেশন

আজিৰে পৰা চিমেন চাপৰিত

Event details

When

Feb 05, 2017 10:00 AM to
Feb 08, 2017 10:00 PM

Where

চিমেন চাপৰি(ধেমাজি)

কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত উখল-মাখল পৰিবেশত অনুস্থিত হ'ব বড়ো মাহিত্যসভাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।

উৎস:অসমীয়া প্ৰতিদিন

ৰিছাৰ্চ কনক্লেভ ২০১৭

ৰিছাৰ্চ কনক্লেভ

Event details

When

Mar 16, 2017 10:00 AM to
Mar 19, 2017 05:00 PM

Where

আই আই টি গুৱাহাটী

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী আই আই টিৰ ষ্টুডেন্ট একাডেমিকছ ব'ৰ্ডে।অহা ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব ৰিছাৰ্চ কনক্লেভ ২০১৭।অনুষ্ঠানত গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দেশৰ বিভিন্ন উচ্চ শিক্ষা-প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উচ্চ শিক্ষা-প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

উৎস:দৈনিক অসম

Back to top