মূল পৃষ্ঠা / ঘটনাৰাজি / আজিৰে পৰা চিমেন চাপৰিত বড়ো সাহিত্য সভাৰ অধিৱেশন
অংশিদাৰী

আজিৰে পৰা চিমেন চাপৰিত বড়ো সাহিত্য সভাৰ অধিৱেশন

আজিৰে পৰা চিমেন চাপৰিত

Event details

When

Feb 05, 2017 10:00 AM to
Feb 08, 2017 10:00 PM

Where

চিমেন চাপৰি(ধেমাজি)

কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত উখল-মাখল পৰিবেশত অনুস্থিত হ'ব বড়ো মাহিত্যসভাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।

উৎস:অসমীয়া প্ৰতিদিন

Back to top