অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বিজ্ঞান মহোৎসৱ

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বিজ্ঞান মহোৎসৱ

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত বিভাগটোৱে দুদিনীয়াকৈ আয়োজন কৰিছে এই বিজ্ঞান মহোৎসৱ। ২৩ ফেব্ৰুৱাৰীত অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে বিজ্ঞান মহোৎসৱৰ দুয়োটা দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব আমেৰিকাৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানী ড° কে'ন জনষ্টনে। এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

উৎস:অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 2/23/2017



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate