মূল পৃষ্ঠা / ঘটনাৰাজি / ২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বিজ্ঞান মহোৎসৱ
অংশিদাৰী

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বিজ্ঞান মহোৎসৱ

২৭-২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত

Event details

When

Feb 27, 2017 10:00 AM to
Feb 28, 2017 04:00 PM

Where

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(গুৱাহাটী)

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত বিভাগটোৱে দুদিনীয়াকৈ আয়োজন কৰিছে এই বিজ্ঞান মহোৎসৱ। ২৩ ফেব্ৰুৱাৰীত অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে বিজ্ঞান মহোৎসৱৰ দুয়োটা দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব আমেৰিকাৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানী ড° কে'ন জনষ্টনে। এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

উৎস:অসমীয়া প্ৰতিদিন

Back to top