মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অলিভ অয়লে বিষ নিবাৰন কৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অলিভ অয়লে বিষ নিবাৰন কৰে

অলিভ অয়লে বিষ নিবাৰন কৰে

একেৰাহে দীৰ্ঘ সময় ধৰি মূৰ বিষাই থাকিলে এছপলিন ইবুপ্ৰ্ফেন বা কডেইন খোবাটো আমাৰ বহুতৰে উভ্যাস।পিচে টেবলেট নাখাই অলিভ অয়ল অকনমান মূৰ বা কপালত লগালেও তীব্ৰ মূৰৰ বিষ কমে।প্ৰাকৃতিকভাবে পোৱা এইবিধ পেইন কিলাৰৰ কথা উল্লেখ কৰিছে ফিলাডেলফিয়াৰ এদল গৱেষক।নেচাৰ পত্ৰিকাত মনেল কেমিকেল ছেনছেছ চেন্টাৰৰ গৱেষকসকলে উল্লেখ কৰিছে যে অলিভ অয়লত অলিওকেন্থাল নামৰ এবিধ ৰাসায়নিক যৌগ আছে।এই যৌগবিধে এছপিৰিন ইবপ্ৰ্ফেনৰ দৰে বিষ নাশকৰ কাম কৰাৰ লগতে cox-1 আৰু cox-2 নামৰ উপকাৰী এনজাইম দুবিধক প্ৰ্তিৰোধ কৰিব পাৰে।গৱেষকসকলে পূৰ্বৰ পৰাই জানিব পাৰিছিল যে কম পাৰিছিল যে কম পৰিমানে কক্স থকা বস্ত খালে বিভিন্ন ধৰনৰ উপকাৰ হয়।ফিলাডেলফিয়াৰ গৱেষকসকলৰ একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ হয়।এই অলিভ অয়লৰ পৰা একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ কৰিলে ইবুপ্ৰফেন টেবলেট এটাতকৈ ১০ গুন বেছি উপকাৰ পোৱা যায়।অকল মূৰৰ বিষেই নহয় নিয়মিতভাবে অলিভ অয়ল ব্যৱহাৰ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি থাকে।

উৎস: দৈনিক অসম।

2.88888888889
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top