মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক :

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে ।

 

প্ৰাণায়াম, খোজকঢ়াই উচ্চ ৰক্তচাপ বেছিকৈ থাকিলে ঔষধৰ কাম নিদিয়ে। বৰঞ্চ ঔষধ সেৱন কৰি শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰক যাতে ৰক্তচাপ বেছি বাঢ়ি নাযায়।

আপোনাৰ বাৰু ৰক্তচাপ বেছি নেকি? যদিহে হয় তেতিয়া হ’লে এনে কিছুমান নিয়ম পালন কৰক, যিবোৰে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। উচ্চ ৰক্তচাপ কমাব নোৱাৰিলেও নিয়মীয়াকৈ ঔষধ সেৱন কৰি জীৱন যাপনৰ পদ্ধতি সলনি কৰক।

*উচ্চ ৰক্তচাপ ভয়াৱহ ৰোগ নহয়। কিন্তু কি জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে একমাত্ৰ উপায় হৈছে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা।

*কোনো কাৰণত আনৰ উপদেশত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি অন্য নিয়ম পালন কৰিবলৈ নল’ব। প্ৰাণায়াম, খোজকঢ়াই উচ্চ ৰক্তচাপ বেছিকৈ থাকিলে ঔষধৰ কাম নিদিয়ে। সক্ৰিৰ্তা বৃদ্ধি কৰক যাতে ৰক্তচাপ বেছি বাঢ়ি নাযায়।

*ওজন কমাবলৈ চেষ্টা কৰক।

*নিমখ কমকৈ খাওক। মাদক দ্ৰব্য পৰিহাৰ কৰক।

*শাক-পাচলি আৰু ফলমূল বেছিকৈ খাওক।

*চিকিৎসকৰ পৰামৰ্শ অতি কমেও মাহত এবাৰকৈ লওক।

উৎস: নিয়মীয়া বাৰ্তা

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top