মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঔষধ খোৱাৰ পৰত সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধ খোৱাৰ পৰত সাৱধানতা

 

১। এন্টি হিষ্টামিন বা টোপনিৰ ঔষধ খালে এলক’হল বর্জনীয়।

২। পেটৰ বিষ বা বমি ভাৱ বা বমি হ’লে গাখীৰ জাতীয় খাদ্য গ্রহণ নকৰিব।

৩। উচ্চ ৰক্তচাপ বা ডিপ্রেচনৰ ঔষধ খালে অথবা হার্ট বা থায়ৰইডৰ সমস্যা থাকিলে চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ নেজেল ড্র’প ব্যৱহাৰ নকৰিব।

৪। পনীয়া ঔষধ কেতিয়াও ৰ’দত নথ’ব।

৫। কেতিয়াবা কোনো ঔষধ অর্থাৎ নির্দিষ্ট সময়ত খাবলৈ দিয়া ঔষধ যদি পাহৰে, তেনেহ’লে যেতিয়াই মনত পৰে তেতিয়াই খোৱাৰ আগতে চিকিৎসকৰ লগত আলোচনা কৰিব।

উৎস: নন্দিনী।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top