মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গৰমত ঘামচিৰ প্ৰতিকাৰ
অংশিদাৰী

গৰমত ঘামচিৰ প্ৰতিকাৰ

গ্ৰীষ্মকালিন সময়ত দেখা দিয়া সমস্যাবোৰৰ ভিতৰত অন্যতম

গ্ৰীষ্মকালিন সময়ত দেখা দিয়া সমস্যাবোৰৰ ভিতৰত অন্যতম এক সমস্যা হৈছে ঘামচি আৰু ঘামচিৰ পৰা পৰিত্ৰান পাবলৈ কিছু সমাধান তলত উল্লেখ কৰা হল|

  • কোমল টাৱেলেৰে গা মচিব| জোৰেৰে মোহাৰি বা ঘঁহি গা নমচিব|
  • গাত কোনো প্ৰকাৰৰ তেল নলগাব|
  • এই সময়ছোৱাত চন্দন বটি লগত গোলাপ জল মিহলাই ফে’চপেক ব্যৱহাৰ কৰিব|
  • গা ধোৱাৰ এঘণ্টাৰ আগতে এচামুচ খোৱা ছ’ডা বা ছ’ডিয়াম-বাই-কাৰ্বনেট(ঔষধৰ দোকানত উপলব্ধ) একাপ গোলাপ জলত গুলি লৈ কপাহেৰে শৰীৰত লগাব|
  • উৎস : সম্ভাৰ,অসমীয়া প্ৰতিদিন

    3.10869565217
    তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
    Anonymous Aug 19, 2016 03:07 PM

    গৰম খাদ্য খাব নেলাগে

    আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

    (এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

    Enter the word
    দিক্‌ নিৰ্ণায়ক
    Back to top