মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চোম পৰা সমস্যাৰ ঘৰুৱা দিহা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চোম পৰা সমস্যাৰ ঘৰুৱা দিহা

চোম পৰা সমস্যাৰ ঘৰুৱা দিহা

মানুহৰ ছালত চোম পৰা সমস্যাই বহুতকে অস্বস্তিত পেলায়। বিশেষকৈ এই সমস্যা ৮-১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়। এই সমস্যা প্ৰতিৰোধৰ বাবে নিয়মিত যত্ন ল’লে অতি কম দিনৰ ভিতৰতে এই সমস্যা দূৰ হ’ব। ইয়াৰ বাবে ঘৰুৱা দিহা আগবঢ়োৱা হ’ল-

  • ছালকুঁৱৰীৰ ৰস সংক্ৰমিত অংশত লগাই ১০-১৫ মিনিটমান সময় ৰাখিব। প্ৰত্যেক তিনি ঘন্টাৰ মূৰে মূৰে এই ৰস ব্যৱহাৰ কৰিব।
  • গা ধোৱা পানীত কেঁচা যৱধানৰ গুড়ি তিয়াই ৰখাৰ পিচত সেই পানী শৰীৰৰ চোম পৰা অংশত বাদাম তেল নাইবা জলফাই তেল লগাই আঙুলিৰে মালিচ কৰি ১-২ ঘন্টা থৈ পানীৰে ধুই দিব।
  • অলপ বেকিং পাউদাৰ সংক্ৰমিত অংশত লগাই থ’ব। পাঁচ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব।
  • ১৫-২০ টা মান তুলসীৰ পাত বটি তাৰ লগত ১ চামুচ জলফাইৰ তেল’ ২ ফোটা নহৰু বটা, অকণমান নিমখ, ৪ টা মান জালুক এই আটাইখিনি পিহি অলপ গৰম কৰি চোম পৰা অংশত দিনে দুবাৰকৈ লগাব।

উৎস: সম্ভাৰ।

2.97260273973
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top