মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ছালৰ ক’লা ৰঙৰ তৰপ নিৰ্মূলৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ ক’লা ৰঙৰ তৰপ নিৰ্মূলৰ উপায় :

ছালৰ ক’লা ৰঙৰ তৰপ নিৰ্মূলৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

১) একাপ মিহিকৈ পিচি লোৱা অমিতাত এচামুচ মৌ মিহলাই ৰ’দে পোৰা অংশত লগাই ৰাখিব। ৩০ মিনিটৰ পিচত পানীৰে ধুই দিলেই হ’ল। দেখিব মুখখন বহু পৰিমাণে উজ্জ্বল হৈ উঠিছে আৰু পৰিষ্কাৰ লাগিব।

২) এচামুচ দৈ, এচামুচ বিলাহী ৰসৰ লগত মিহলাই ছালৰ ৰ’দে পোৰা অংশত লগাই ৰাখিব। ৩০ মিনিটৰ পিচত পানীৰে ধুই দিব।

৩) এইটো আচলতে আটাইতকৈ সহজ উপায়। ৰদে পোৰা অংশত বন্ধাকবিৰ পাত ২০ মিনিটৰ কাৰণে ৰাখিলেও ৰ’দে পোৰা দাগৰ পৰা উপশম পোৱা যায়।

উৎস: দেওবৰীয়া সম্ভাৰ

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top