মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতা :

তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

১.শৰীৰৰ ওজন কমোৱাত সহায় কৰে।

২.যৌৱন দীঘলীয়া কৰে।

৩.ক্ষত আৰু ঘাঁ শুকোৱাত সহায় কৰে ।

৪.থাইৰয়েড গ্ৰন্থি নিয়মীয়া আৰু স্বাস্থ্যবান কৰে।

৫.কেন্সাৰ প্ৰতিৰোধ কৰে।

৬.মেলালিনৰ অধিক উত্পাদনত বাধা দি ছাল উজ্জ্বল আৰু বগা কৰে।

৭.ৰক্তহীনতা দূৰ কৰে।

৮.পেটৰ অসুখ ভাল কৰে আৰু পাচন তন্ত্ৰ সু নিয়ন্ত্ৰিত কৰে।

৯.হৃদপিণ্ড সবল আৰু স্বাভাৱিক স্বাস্থ্যৱান কৰে।

১০.মগজু সু নিয়ন্ত্ৰিত, সক্ৰিয় আৰু স্বাস্থ্যবান কৰে।

১১.আৰ্থাৰাইটিচ নিয়ন্ত্ৰণ আৰু নিৰাময় কৰে।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top