মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / থায়ৰইডৰ গ্ৰন্থিৰ উপযোগী আৰু অনুপযোগী খাদ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থায়ৰইডৰ গ্ৰন্থিৰ উপযোগী আৰু অনুপযোগী খাদ্য

থায়ৰইডৰ গ্ৰন্থিৰ উপযোগী আৰু অনুপযোগী খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ বহুতো সদস্যই থায়ৰইড গ্ৰন্থি ৰোগৰ ( হাইপ'থায়ৰইডিজম) উপযোগী আৰু অনুপযোগী খাদ্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া হ'ল।
উপযোগী খাদ্য:-
থায়ৰইড গ্ৰন্থি ৰোগত আক্ৰান্ত ব্যক্তিয়ে এই ধৰণৰ আহাৰ বেছিকৈ খাব। নাৰিকল তেল ,কাজু বাদাম, ৰঙালাও গুটি, বিনজাতীয় পাচলি, পিয়াঁজ, নহৰু, নেমু আৰু কমলাজাতীয় ফল, বিলাহী, গাজৰ, তিয়হ, জালুক,মাছ, গাখীৰ, মুগাবৰণীয়া চাউলৰ ভাত, গাখীৰ বেছিকৈ খাব।
অনুপযোগী খাদ্য:-
পৰাপক্ষত এই ধৰণৰ খাদ্য নাখাব আৰু খালেও মাজেসময়ে কমকৈ খাব। বন্ধাকবি, ব্ৰকলী, আলু, মিঠাআলু , মূলা, চয়াবিন, চাহ আৰু কফি,শুকান ফল, মিঠাই, চালগোম,চ'ডা, কল্ডড্ৰিঙ্কচৃ, চকলেট, বগা বৰণৰ পাওৰুটী।


লেখক ডা:মনোজ কুমাৰ শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top