মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দহটা স্বাস্থ্যকৰ অভ্যাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দহটা স্বাস্থ্যকৰ অভ্যাস :

দহটা স্বাস্থ্যকৰ অভ্যাসৰ বিষয়ে লিখা হৈছে ।

০ ঘণ্টা- টেলিভিছন চোৱাৰ সময়

১ ঘণ্টা- ব্যায়ামৰ অভ্যাস

২ লিটাৰ- পানী খোৱাৰ অভ্যাস

৩ কাপ- গৰম গ্ৰীন টি খাওক

৪ কিছু সময় – মনৰ জিৰণি, যিটোৰে মনলৈ

ধ্যান কৰা- সজীৱতা আনে

৫ টা- দৈনিক আহাৰ গ্ৰহণ

৬ বজাত- পুৱা বিছনা ত্যাগ কৰাৰ অভ্যাস

৭ মিনিট- হাঁহিবলৈ চেষ্টা কৰা (দৈনিক)

৮ ঘণ্টা – অতিকমেও টোপনি যোৱা

৯ বজাত- দিনটোৰ কামত সামৰণি মৰা

১০ বজাত- বিছনালৈ যোৱাৰ সময়ত ভগৱানক স্মৰণ কৰা ।

উৎস :- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top