অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়সৰ চাপ দূৰ কৰে ডালিমেঃ

বয়সৰ চাপ দূৰ কৰে ডালিমেঃ

ডালিম বা বেদানা অধিকাংশ লোকৰ মাজতেই জনপ্ৰিয় এবিধ ফল। কিন্তু এই ফলবিধৰ যি ধৰণৰ উপকাৰিতা আছে, সেই সম্বন্ধে আমি বহুতেই অজ্ঞ। গৱেষকসকলৰ মতে এই ডালিম বা বেদানাত এনে কিছুমান উপাদান আছে, যিয়ে আমাৰ শৰীৰৰ পেশী শক্তিশালী কৰে। গৱেষণাত পোৱা তথ্য মতে, আমি ডালিমৰ ৰস পান কৰাৰ সময়ত আমাৰ শৰীৰত ‘ইউৰোলিথিন-এ’ নামৰ এক অণুৰ সৃষ্টি হয়। দেহৰ ভিতৰত এই অণুবোৰ মাইক্ৰ’বছৰ দ্বাৰা ৰূপান্তৰ হ’লে ই ছালত বয়সৰ চাপ পৰা ৰোধ কৰিব পৰাকৈ শক্তিশালী হোৱাৰ লগতে মাংসপেশীবোৰ দৃঢ় কৰি তোলে আৰু শৰীৰত বয়সৰ চাপ পৰাত বাধা দিয়ে।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate