মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ব্যায়ামৰ প্ৰয়োজনীয়তা আৰু খাদ্য-প্ৰণালী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যায়ামৰ প্ৰয়োজনীয়তা আৰু খাদ্য-প্ৰণালী :

ব্যায়ামৰ প্ৰয়োজনীয়তা আৰু খাদ্য-প্ৰণালীৰ বিষয়ে লিখা হৈছে ।

 

অতি আধুনিকতাৰ কৰাল গ্ৰাসত মানুহ যথেষ্ট পৰিবৰ্তন হৈছে । পৰিবৰ্তন হৈছে জীৱনবোধ, খাদ্য-প্ৰণালী, ধ্যান- ধাৰণাৰ । এই পৰিবৰ্তনৰ ধাৰাত নিজকে সলনি কৰিলে নিশ্চয় বিপদত পৰিব । সুন্দৰ আৰু স্বাস্থ্যসন্মত হৈ থাকিবলৈ সদায় শৰীৰৰ ফিটনেছক গুৰুত্ব দিব লাগিব । এটা সুস্থ শৰীৰ লাভ কৰিবলৈ হ’লে আপুনি খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব । খাদ্যৰ পৰা সৃষ্টি হোৱা গুণাগুণেহে আপোনাক সুস্থ-সবল কৰি ৰখাত সহায় কৰিব । ভাল পুষ্টি অবিহনে আপুনি কেতিয়াও এটা নিৰোগী শৰীৰ লাভ কৰিব নোৱৰে । স্থান-কাল-পাত্ৰ, বয়স, পৰিবেশ, বতৰ আদিৰ ওপৰতো নিৰ্ভৰ কৰিব আপোনাৰ খাদ্য-প্ৰণালী । দৈনন্দিন জীৱনত এখন তালিকা যুগুত কৰি সেই মতে আপোনাৰ শৰীৰ-চৰ্চাকে ধৰি খাদ্য, পৰ্যাপ্ত জিৰণি আদিত গুৰুত্ব দিলে সুফল লাভ কৰিব পাৰিব ।

উৎস- দেওবৰীয়া সম্ভাৰ

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top