মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মদ(alcohol)ৰ পৰা পৰিত্ৰাণ পাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মদ(alcohol)ৰ পৰা পৰিত্ৰাণ পাওক :

মদ(alcohol)ৰ পৰা পৰিত্ৰাণ পোৱাৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত এনে বহু ব্যক্তি আছে যি নেকি নিজৰ মদ্য প্ৰাণৰ বদ অভ্যাষৰ বাবোই ঘৰসংসাৰৰ লগতে নিজৰ জীৱনো দুৰ্বিশহ কৰি তুলে।

এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি পৃথিৱীত মৃত্যু হোৱা ১৮ জন মানুহৰ ১ জন মদখোৱাৰ বাবেই মৃত্যু হয়। পথ দূৰ্ঘটনাৰ মুখ্যকাৰণটো মদ্যপ্ৰাণ কৰি গাড়ীচলোৱা বুলিয়েই গণ্যকৰা হৈছে। এটা গৱেষণাত পোৱাগৈছে যে পৃথিৱীত প্ৰায় ৬% লোক কেৱল মদখোৱাৰ বাবেই মৃত্যু হয়।
আজিকালি বহু মহিলাই ব্যাপক ৰুপত মদ্যপ্ৰাণ কৰিবলৈ লোৱা দেখাগৈছে। যাৰ বাবে তেনে মহিলাৰ প্ৰজনন ক্ষমতাৰ উপৰত প্ৰভাব পৰিছে। এনে মহিলাই অপৰিপক্ক মগজুৰ শিশু বা বিকলাংগ শিশুৰ জত্ম দিবলগা হৈছে।

ইয়াৰ উপৰিও অসুস্থ সামাজিক বাতাবৰণ, যেনে- মাৰ-পিত, ঘৰুৱা অশান্তি, অত্মহত্যা আৰু বলাতকাৰৰ নিচিনা সামাজিক অপৰাধ মদৰ কাৰণেই বাঢ়ব ধৰিছে। আৰ্থিক দন্যতাও মদ্যপ্ৰাণ কাৰক হোৱা দেখা যায়।

এজন ব্যক্তিয়ে ১ দিনত ১০ ML তকৈ যদি বেছি মদখায় তেতিয়া ১০ বছৰৰ ভিতৰত cirrhosis হব cirrhosis of the liver incurable disease। এবাৰ যদি লিভাৰ সৰ্ম্পূণৰুপে ডেমেজ হয় ১ বছৰৰ ভিতৰত ব্যক্তিজনৰ মৃত্যু হব পাৰে।

হোমিঅপেথিক ঔষধ -

হোমিঅপেথিক ঔষধৰ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়। মদ্যপ্ৰাণৰ বদ আভ্যায এৰোৱাবৰ বাবে তলত কাইতামান হোমিঅপেথিক ঔষধৰ নাম উল্লেখ কৰা হ’ল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগবঢ়ালো।

  1. Caladium 200/2 টোপালকৈ ২ বাৰ লব পাৰে।

2.  Acid SulphQ/10 টোপালকৈ ২ বাৰ লব পাৰে।

3. Avena setQ/20 টোপালকৈ ৪ বাৰ লব পাৰে।

4. Daphne indQ/20 টোপালকৈ ৩ বাৰ লব পাৰে।(বিড়ি-চিগাৰেট খোৱাৰ আভ্যাস থাকিলে এই দৰবে খুব ভাল কাম কৰে।)

5. Passiflora inc Q/Nux VomQ/KurchiQ/Argentum Nit/Arum Mur আদি দৰব সমূহ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়।

লেখক: ডা হৰিকান্ত দাস

ফোন নম্বৰ- 9954340102

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top