অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহত ভেণ্ডি

মধুমেহত ভেণ্ডি

আপুনি জানেনে বাৰু ‘ভেন্দি’ নামৰ পাচলি বিধৰ শৰীৰৰ তেজত থকা চেনিৰ স্তৰক ক’ম কৰিব পৰাৰ আছে এক আচৰিত গুণ ? হ’য় ই ডায়বেটিছৰ এক উত্তম ঔষধ। তেনেহলে ইয়াক এই ৰোগত খাব কেনেকৈ ?

দুটা ভেন্দি লওঁক। এতিয়া ভেন্দি দুটাৰ দুয়োফালৰ মূৰ দুটা কাটি পেলাই দিয়ক। ভেন্দি দুটাৰ মাজতো সৰু সৰুকৈ অকণমানকৈ কঁচি দিয়ক।চিঙি নিদিব। এতিয়া ইয়াক নিশাটো এগিলাচ (আয়নাৰ গিলাচ হে ল’ব) পানীত ডুবাই ৰাখক। ওপৰত এখন ঢাকণ ভালকৈ দি থওঁক, যাতে ভিতৰৰ ৰাসায়নিক বিক্ৰিয়াৰ সময়ত উৎপন্ন হোৱা গৰম খিনি বেচিকৈ পলাই যাব নোৱাৰে। ফ্ৰিজত ন’থব।

পূৱা উঠি পানী খিনি চাকি লৈ খালী পেটত খাই দিয়ক। ২ সপ্তাহৰ ভিতৰতে আপুনি ভাবিব নোৱাৰা ধৰণে উপকাৰ পাব। এই প্ৰক্ৰিয়া সদায় চলাই যাওঁক। আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত থাকিব।

2.975
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top