মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মসৃণ চুলিৰ বাবে ঘৰুৱা উপকৰণ -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মসৃণ চুলিৰ বাবে ঘৰুৱা উপকৰণ -

মসৃণ চুলিৰ বাবে ঘৰুৱা উপকৰণৰ বিষয়ে লিখা হৈছে ।

 

১) পকা কল পাঁচটা, এল’ভেৰা একেলগে মিলাই তাত এচামুচ মেয়নিজ দি ভালদৰে এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব । এই মিশ্ৰণ চুলিত সানক । ২৫ মিনিটৰ পিচত চুলিখিনি শ্বেম্পুৰে ধুই পেলাব । সপ্তাহত ৪ দিনকৈ এনেদৰে যতন ল’ব ।

২) ভাল কোম্পানীৰ কণ্ডিচনাৰৰ লগত ১ ১/২ চামুচ মৌ, ১ ১/২ চামুচ বাদাম তেল মিহলাই চুলিত মালিচ কৰক ।

৩) পকা এভ’কাডো ২ চামুচ, মৌ ২ চামুচ, জলফাই তেল ২ চামুচ মিহলাই থপথপীয়া কৰি চুলিত ২০ মিনিট সানিব । এনেদৰে সপ্তাহত তিনিদিনকৈ কৰক । সুফল লাভ কৰিব ।

উৎস – দেওবৰীয়া সম্ভাৰ

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top