মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়

শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায় তলত উল্লেখ কৰা হʼল।

শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়

  • দিনটোৰ ভিতৰত যিমান পাৰে পৰিস্কাৰ পানী খাব|
  • পদিনাৰ ৰস বা পদিনাৰ চাটনি খাব|
  • নেমুৰ চৰবত খাব, গা ধোৱা পানীত নেমুৰ ৰস মিহলাই ধুব|
  • কমলাৰ ৰসে শৰীৰৰ পৰা ঘামৰ গোন্ধ নাইকিয়া কৰে|
  • ঘাম ওলাই থকা অংশত মুখত কোনো প্ৰসাধন নলগাব| এনে অৱস্থাত প্ৰসাধন লগালে ছালৰ ক্ষতি হয়| শৰীৰৰ পৰা ভাল গোন্ধ ওলোৱাতকৈ বেয়া গোন্ধহে বেছি ওলায়|

উৎস:- সম্ভাৰ

3.19230769231
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top