অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবাৰ্তা -

স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰক টোপনিতকৈ আৰাম প্ৰদান কৰাহে প্ৰয়োজন। আমি কেইবজাত শুবলৈ যাওঁ সেইটো আমাৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু জনা দৰকাৰ যে আমি কিমান ঘণ্টা টোপনি যাব লাগে। হয় কোৱা হয় যে আমি আঠঘণ্টা টোপনি যাব লাগে। কিন্তু জানেনে আমাৰ শৰীৰক টোপনি নহয়, আৰামৰহে প্ৰয়োজন। যদি শৰীৰটো দিনটো আৰামত থাকে, আমি কৰা কাম-কাজসমূহো যদি আৰামত হয়, তেনেহ’লে টোপনি যোৱা সময়ো কমি যাব। বহু লোকে আবেলি খোজকাঢ়িবলৈ যায়, কিন্তু মনত নানাধৰণৰ চিন্তা লৈ সেই সময়ত খোজ কাঢ়ে। কিন্তু এনে অৱস্থাত শৰীৰত অধিক লোকচানহে হয়। দ্বিতীয়তে, আমি শ্ৰম অনুসৰিহে আৰাম কৰিব লাগে তথা খাদ্যগ্ৰহণ কৰিব লাগে। অধিক শ্ৰমৰ বাবে অধিক আহাৰ আৰু কম শ্ৰম কৰাসকলে কম আহাৰ গ্ৰহণ কৰক।

উৎস: নন্দিনী

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top