মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱতী মহিলাই এই ফল খালে গৰ্ভপাত হ’ব পাৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱতী মহিলাই এই ফল খালে গৰ্ভপাত হ’ব পাৰে :

গৰ্ভাৱতী মহিলাই এই ফল খালে গৰ্ভপাত হ’ব পাৰে, সেই বিষয়ে লিখা হৈছে ।

 

১)আনাৰস বা মাটিকঠাল:

ইয়াৰ ব্ৰমেলিন নামৰ উপাদান বিধে অনাকাঙ্খিত প্ৰসৱ বেদনা সৃষ্টি কৰিব পাৰে।

২)আঙুৰ:

ইয়াত প্ৰয়োগ হোৱা কীটনাশকে মাতৃ শিশুৰ ক্ষতি কৰিব পাৰে, তাৰোপৰি আঙুৰত থকা ৰেচভেৰাট্ৰল নামৰ উপাদানবিধ ভয়ানক বিষক্ৰিয়া কৰিব পাৰে।

৩)কেঁচা অমিতা:

গৰ্ভাশয় সংকোচন কৰিব পাৰে। তাৰোপৰি ভালকৈ নোলোৱা ফল বা ফলৰ ৰস খালে বেক্টেৰিয়া পেৰাছাইট আদিৰ দ্বাৰা আক্ৰান্ত হৈ মাক শিশুৰ বিপদ ঘটিব পাৰে বা শিশুৰ জন্মগত বিসংগতিয়ে দেখা দিব পাৰে।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top