অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিম্ববাহী নলী প্ৰবাহিত হোৱা

ডিম্ববাহী নলী প্ৰবাহিত হোৱাৰ লক্ষণসমূহ হ’ল

  • উৰু, পিঠি, তলপেট বিষ হয়।
  • ঋতুস্ৰাৱ দহ দিনমানলৈকে হয়। মাহত দুবাৰ হ’ব পাৰে। স্ৰাৱৰ লগত গোটমৰা ক’লা তেজো ওলাব পাৰে।
  • ডিম্ববাহী নলী ফুলি বিষ, জ্বালা-যন্ত্ৰণা হয়, জ্বৰো উঠে।
  • ঋতুস্ৰাৱত দুৰ্গন্ধ থাকে।
  • ঋতুস্ৰাৱ অনিয়মিয়া, বমি বমি ভাব হয়।
  • ঋতুস্ৰাৱৰ পিছত বগাস্ৰাৱ যায়।
  • কেতিয়াবা ঋতুস্ৰাৱ বেছি হয় আৰু কেতিয়াবা কম হয়।
  • চিকিৎসা
  • তলপেটত গৰম পানীৰ বেগ বা বটলেৰে সেক দিলে উপকাৰ পোৱা যায়।
  • টোপনি ক্ষতি কৰা অনুচিত।
  • শোৱা-খোৱা সময়মতে কৰি বিশ্ৰামত থকা উচিত।
  • চিকিৎসা সুপৰামৰ্শ লৈ চিকিৎসা কৰোৱা উচিত।
  • সহজে হজম হোৱা পুষ্টিকৰ আহাৰ খাব লাগে।
  • আৰোগ্য নোহোৱা পৰ্যন্ত যৌন ক্ৰিয়াৰ পৰা আঁতৰি থকা উচিত।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate