অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাত কি খাব লাগে :

গৰ্ভাৱস্থাত কি খাব লাগে, সেই বিষয়ে লিখা হৈছে ।

 

*সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগে। বিশেষকৈ- পালেং শাক, পকা অমিতা, পকা আম, পকা কঠাল, নাৰিকল, কল, গজালি ওলোৱা মগুমাহ, বুট-মাহ, আপেল, আঙুৰ, কিচমিচ, বিন, খেজুৰ, আমলখি, জিলমিল শাক, খুতুৰা শাক, কলমৌ শাক, পূৰৈ শাক, দৈ, পদিনা, মানিমুনি, ব্ৰাহ্মী শাক, বিলাহী, শুকান নাৰিকল, গাজৰ, পচলা, ঢেকীয়া, চয়াবিন, নৰসিংহৰ পাত, মৰিচা শাক, বন্ধাকবি, ফুলকবি, ব্ৰকলি, কেঁচা জলকীয়া।

*গাখীৰ, মাছ, মাংস, কণী আদি খোৱা ভাল।

*উখুৱা চাউলৰ ভাত সপ্তাহত অন্ততঃ তিনিদিন খাব লাগে।

*টেঙাজাতীয় খাদ্যদ্ৰব্য যেনে- আমলখি, নেমুটেঙা আদি খোৱা ভাল।

*ফলিক এচিডযুক্ত খাদ্য যেনে- মাটিমাহ, ৰহৰ মাহ, মগু মাহ, চয়াবিন, সেউজীয়া মটৰ মাহ, খুতুৰা শাক, নৰসিংহৰ পাত, বৰ মানিমুনি, চালগোমৰ পাত, পালেং শাক, বীন, ভেণ্ডি, তিচি গুটি, মেথি শাক আদি নিয়মীয়াকৈ খাব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.90909090909
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top