মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ স্বাস্থ্য

এটা নৱজাত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰিপুষ্টি, সোঁচৰা বেমাৰত ল’ব লগা সাৱধানতা, চিতা আদিবোৰে শিশুটোৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এটা শিশুৰ জন্ম হোৱাৰে পৰা আৰম্ভ কৰি বিদ্যালয়লৈ যোৱালৈকে কেনেদৰে ঘৰ ল’ব লাগে বা কেনেধৰণে বিভিন্ন ৰোগসমূহৰ পৰা আতৰাই ৰাখিব পাৰি বা ৰোগত আক্ৰান্ত হ’লে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই সম্পৰ্কে তলত আলোচনা কৰা হৈছে।

জন্মৰ ছমাহৰ পিছত মাতৃদুগ্ধ আৰু খাদ্য প্ৰদান
জন্মৰ এঘণ্টাৰ ভিতৰতে মাতৃৰ বুকুৰ প্ৰথম গোটা গাখীৰখিনি (ক’ল’ষ্ট্ৰাম) শিশুক খুৱাব লাগে৷ ই অত্যন্ত আৱশ্যকীয়৷
পাটিমূতুৰা ৰোগ
সহৃদয় পাঠকসকলৰ বহুতেই হয়তো পাটিমূতুৰা মাছৰ নাম শুনিছে। গৰৈ প্ৰজাতিৰ এই মাছ কোনো কোনোবাই হয়তো খায়ো পাইছে? পঁইতা ভাতৰ লগত পোৰা মাছৰ পিটিকাৰ জুতিয়েই বেলেগ! অসমৰ খাল, বিল, পথাৰসমূহত এসময়ত এই বগা-হালধীয়া বৰণৰ দেখাত সাইলাখ গৰৈ বা চেঙেলি মাছৰ আকৃতিৰ মাছবিধ প্ৰচুৰ পোৱা গৈছিল।
পলিঅ’ মুক্ত ভাৰত
সামাজিক ব্যাধিৰূপী পলিঅ’ ‘পলিঅ’মায়েলিটিছ’ (poliomyelitis) নামৰ এবিধ ভাইৰাচৰ পৰা হোৱা ৰোগ। এইবিধ ভাইৰাচ আহাৰ, পানী আদিৰ দ্বাৰা পাঁচ বছৰৰ তলৰ শিশুৰ দেহলৈ সংক্ৰমিত হয়। এই ৰোগৰ প্ৰাথমিক লক্ষণবোৰ হ’ল মূৰৰ বিষ হো্ৱা, সকলো সময়তে শিশুটিৰ টোপনি ধৰি থকা, খাবলৈ মন নকৰা ইত্যাদি।
শিশু, নাৰী আৰু সন্ধিপ্ৰদাহঃ
সন্ধিপ্ৰদাহ বা গাঁঠিৰ বিষ আজিৰ আধুনিক সভ্যতাৰ অভিশাপ বুলি আখ্যা দিব পাৰি। দেখা গৈছে যে নাৰীসকলৰ মাজত তুলনামূলকভাৱে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। বহুতো নাৰীয়ে ২০ বছৰ বয়স বা তাৰ আগে-পাছে এই ৰোগত আক্ৰান্ত হয়। এই ব্যাধিৰ আটাইতকৈ মাৰাত্মক ৰূপটো হৈছে বাতজনিত সন্ধিপ্ৰদাহ বা ৰিউমেটয়ড আৰ্থ্ৰাইটিছ। সঠিক চিকিৎসা প্ৰয়োগ নকৰিলে এই ৰোগৰ ফলত শৰীৰৰ অস্থিসন্ধি আৰু গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগসমূহ চিৰস্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে।
শিশুৰ মূৰত ওকণি-
ওকণি নামৰ পৰজীৱী পোকবোৰে মূৰৰ ছালত লাগি ধৰি কেৱল শিশুৰেই নহয় প্ৰাপ্তবয়স্ক লোকৰো তেজ শুহি খায়। ওকণিৰ পৰা তেনে মাৰাত্মক ৰোগৰ আশংকা নাথাকিলেও মূৰৰ আমনিদায়ক খজুৱতী, নিজকে লেতেৰা বুলি অনুভৱ কৰা যায়।
তেলেৰে শিশুৰ যত্নঃ
ফাগুন মাহত আমাৰ চুলিখিনি বহুত শুকান হয়। সেইবাবে এই সময়ত চুলিৰ যত্ন লব লাগে। চুলিৰ যত্ন লোৱাৰ সময়ত আমি তেলৰ ব্যৱহাৰ কৰিব লাগে। তেলৰ ব্যৱহাৰ কৰিলে চুলি কোমল আৰু মিহি হয়। তেল চুলিত ব্যৱহাৰ কৰাৰ পাছত চুলিখিনি মইশ্ব’ হয়। সেইবাবে চুলিত কি তেল কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া জনাৰ প্ৰয়োজন।
শিশুৰ বিষয়ে
শিশুৰ স্বাস্থ্যৰ বিষয়ে কিছু কথা আলোচনা কৰা হৈছে
বৰ্তমান মাতৃসকল সন্তানৰ খাদ্যৰ ওপৰত কিমান সচেতন
বৰ্তমান মাতৃসকল সন্তানৰ খাদ্যৰ ওপৰত কিমান সচেতন লিখা হৈছে
শিশুক হাপানী বা এলাৰ্জিৰ পৰা বচাওক
শিশুৱে হাপানী বা এলাৰ্জিৰ পৰা কেনেকৈ আঁতৰত ৰাখিব পাৰি সেই বিষয়ে দিয়া হৈছে।
গ্রীষ্ম কালত শিশুৰ স্বাস্থ্যৰ যতন
গ্রীষ্ম কালত শিশুৰ স্বাস্থ্যৰ যতন কেনেকৈ লʼব লাগে সেই বিষয়ে ইয়াত দিয়া হৈছে।
দিক্‌ নিৰ্ণায়ক
Back to top