মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / নাকৰ ফোঁহা অৱহেলা নকৰিবঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাকৰ ফোঁহা অৱহেলা নকৰিবঃ

জাৰকালি নাকৰো বিভিন্ন ৰোগ হোৱা দেখা যায়। নাকৰ পাহিত সততে ফোঁহা হোৱা দেখা যায়। নাকত বিষ হয়।

 

জাৰকালি নাকৰো বিভিন্ন ৰোগ হোৱা দেখা যায়। নাকৰ পাহিত সততে ফোঁহা হোৱা দেখা যায়। নাকত বিষ হয়। আঙুলি এটা লাগিলেও নাকটো বিষায়। মুখ ধুবলৈ গ’লেও নাকৰ বিষ হয়। কেতিয়াবা নাকটো টিকটিকীয়া ৰঙা হৈ পৰে। নখ লাগিলে এনে ফোঁহা ডাঙৰ হৈ পৰে আৰু চকু-মুখ ফুলি উঠিব পাৰে। বিশেষকৈ মধুমেহ বা ডায়েবেটিছ ৰোগত ভোগা ৰোগীৰ ক্ষেত্ৰত নাকৰ ফোঁহাই অতি ভয়ংকৰ ৰূপ ল’ব পাৰে। কোনো কোনো ক্ষেত্ৰত নাকৰ ফোঁহাৰ ৰোগ মগজু পৰ্যন্ত বিয়পি যোৱাৰ দৃষ্টান্তও আছে। সেয়েহে নাকৰ ফোঁহা হ’লে অৱহেলা কৰা উচিত নহয়। উপযুক্ত এণ্টিবায়’টিক প্ৰয়োগ কৰি নাকৰ ফোঁহা নিৰাময় কৰিব পাৰি।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top