অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পায়ু বা শৌচদ্বাৰৰ ৰোগ

পায়ু বা শৌচদ্বাৰৰ ৰোগ

  • অৰ্শ বা কেঁচুমূৰীয়া(Piles)
  • অৰ্শ দেখাত পেটৰ অসুখ নহয় যদিও ইয়াৰ মুখ্য কাৰণ পেটৰ অসুখ; প্ৰধানকৈ শৌচ কচা হোৱাৰ ফলস্বৰূপেই অৰ্শ, ভগন্দৰ বা গুহ্যদ্বাৰৰ ফাট আদি গুহ্যদ্বাৰৰ অসুখবোৰ হয়। এইবোৰ সহজে আৰোগ্য নোহোৱা, কঠিন, কষ্টদায়ক আৰু অতি বিৰক্তিকৰ ৰোগ।

  • গুহ্যদ্বাৰৰ ফাট
  • বৃহৎ অন্ত্ৰৰ শেষৰ মুখ ৰেক্টাম আৰু বাহিৰৰ গুহ্যদ্বাৰৰ মুখৰ(Anus) মাজৰ যিখিনি সুৰংগ(Anal Canal) বা এনাল কেলেন, তাৰ মাংসপেশীৰ যি পাতল আৱৰণ থাকে সেই আৱৰণৰ কোনো ঠাইত কেতিয়াবা ফাট মেলে, ইয়াক এনাল ফিছাৰ(Annal Fissure) বোলে। সাধাৰণতে ইয়াৰ পৰা তেজ বা পূজ নোলায়। কিন্তু শৌচ হোৱাৰ সময়ত বিষ-বেদনা হয়। এনাল ফিছাৰ হাতৰ আঙুলি সোমাই অনুভৱ কৰিব পাৰি।

  • গুহ্যদ্বাৰৰ ফাট
  • এই বিষয়টোৱে গুহ্যদ্বাৰৰ ফাট ৰ বিষয়ে তথ্য প্ৰদান কৰে

  • ভগন্দৰ(Anal Fistula)
  • ভগন্দৰ হ’ল শৌচদ্বাৰৰ মুখৰ ফোঁহা আৰু ঘা। ই অতি কষ্টপ্ৰদ আৰু বিৰক্তিকৰ ৰোগ।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate