অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূৰৰ বিষ

মূৰৰ বিষ

লক্ষণ

  • অতিপাত মূৰৰ বিষ-ৰ’দত ওলালে,
  • জুইৰ তাপত থাকিলে নতুবা চাই’নচাইটিছ আৰু মাইগ্ৰেনৰ কাৰণেও মূৰৰ বিষ হয়,
  • চকু জ্বলা পোৰা কৰে,
  • জ্বৰ হয়,
  • মূৰটো গৰম আৰু গধূৰ লাগে,
  • টোপনি নধৰে,
  • শৰীৰ দূৰ্বল হোৱা ইত্যাদি হ’ল মূৰৰ বিষৰ লক্ষণ।

চিকিৎসা

  • কোমোৰা মাছৰ সৈতে আঞ্জা বনাই খাব। কোমোৰাৰ লগত জালুকৰ আঞ্জা বনাই খাব।
  • গাজৰৰ ৰস প্ৰতিদিনে পুৱা-গধূলি খাব।
  • চজিনা আৰু চজিনাৰ পাত সদায়ে খাওঁক। আমলখিৰ ৰসৰ লগত চেনি মিহলাই খাব লাগে।
  • পিপলি বিশ গ্ৰামৰ লগত গুড় মিহলি কৰি খাব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

2.81818181818
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top