মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / কনজাংটিভাইটিছ (চকু ৰঙা পৰা ৰোগ)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কনজাংটিভাইটিছ (চকু ৰঙা পৰা ৰোগ)

চকুৰ কনজাংটিভাইটিছ ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

কনজাংটিভাইটিছ  হ’লে চকুৰ বগা অংশটো ৰঙা পৰি যায়৷ এই অংশটো জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷

লক্ষণ

  • চকুৰ বগা অংশ ৰঙা হৈ যায়।
  • চকু জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷
  • চকুৰ পৰা পানী ওলাই থাকে৷

কাৰণ

কিছুমান ভাইৰাছ, বেক্টেৰিয়া, এলাৰ্জি আৰু চকু শুকাই গৈ চকুৰ বগা অংশটোক সংক্ৰমণ কৰে৷ ইয়াৰ ফলতে চকু খজুৱায় আৰু কনজাংটিভাইটিছ হ’ব পাৰে৷

উৎস: আইএনডিজি দল।

3.03157894737
মোজাহিৰুল Dec 03, 2016 10:14 PM

মুৰ চকুৰ বিতৰত কাঠৰ কনি হোমাইছে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top