অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যক্ষ্মাৰোগ

যক্ষ্মাৰোগ

লক্ষণ

  • বহুদিনৰ পৰা লাগি থকা কাঁহ।
  • কাঁহৰ লগত তেজ যোৱা।
  • দূৰ্বলতা।
  • ৰক্তহীনতা।
  • অৰুচি ভাৱ।
  • ঋতুস্ৰাৱ বন্ধ হোৱা।
  • জ্বৰ হোৱা।
  • ওজন কমি যোৱা।
  • ৰাতি শৰীৰৰ পৰা ঘাম ওলোৱা আদি হ’ল যক্ষ্মাৰোগৰ লক্ষণ।

চিকিৎসা

  • প্ৰতিদিনে কেঁচা পিয়াঁজ তিনিটামান খাওঁক।
  • নিয়মিতভাৱে মানিমুনি শাক খাওঁক।
  • মহালক্ষ্মীবিলাসৰ ৰস ২০০ মি:গ্ৰাম মৌৰ লগত মিহলাই দিনে তিনিবাৰকৈ সেৱন কৰক।
  • ভীম কলৰ পাতৰ সৰ ১৫ মি:লি: আৰু মৌ দহ গ্ৰাম মিহলাই খাওঁক। পিপলিৰ গুড়ি মৌৰ লগত খোৱা উচিত।
  • প্ৰতিদিনে স্বৰ্ণমালতী ৰস খাওঁক
  • দহ গ্ৰাম গাখীৰৰ লগত এফোটা নহৰু বটি এমাহমান খাওঁক।
  • গাখীৰত কোমোৰাৰ ৰস চেপি খালে যক্ষ্মা ৰোগৰ উপশম ঘটে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate