অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঘাত পাই তেজ বমি হ’লে

আঘাত পাই তেজ বমি হ’লে

  • ৫০ গ্ৰাম জেতুকা পাতৰ ৰস খালে তেজ বমি বন্ধ হয়।
  • কেঁচা হালধি আৰু জেতুকা পাতৰ ৰস ২৫০ মি:লিটাৰ লৈ তাত গুড় মিহলাই খালে তেজ বমি বন্ধ হয়।
  • দুবৰি বনৰ ৰস চাৰি চামুচৰ লগত অলপ চেনি বা মিচিৰি মিহলাই দিনত ২-৩ বাৰকৈ খাব।
  • বাহকৰ পাতৰ ৰস চাৰি চামুচৰ লগত দুই চামুচ মৌ মিহলাই খাব লাগে।

লিখক: ডা: ৰফিক আলী।

2.82
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top