অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঘাত পাই তেজ বমি হ’লে

আঘাত পাই তেজ বমি হ’লে

  • ৫০ গ্ৰাম জেতুকা পাতৰ ৰস খালে তেজ বমি বন্ধ হয়।
  • কেঁচা হালধি আৰু জেতুকা পাতৰ ৰস ২৫০ মি:লিটাৰ লৈ তাত গুড় মিহলাই খালে তেজ বমি বন্ধ হয়।
  • দুবৰি বনৰ ৰস চাৰি চামুচৰ লগত অলপ চেনি বা মিচিৰি মিহলাই দিনত ২-৩ বাৰকৈ খাব।
  • বাহকৰ পাতৰ ৰস চাৰি চামুচৰ লগত দুই চামুচ মৌ মিহলাই খাব লাগে।

লিখক: ডা: ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate