মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / গছৰ পৰা বা ওখ ঠাইৰ পৰা পৰিলে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গছৰ পৰা বা ওখ ঠাইৰ পৰা পৰিলে

গছৰ পৰা বা ওখ ঠাইৰ পৰা পৰিলে

গছ বা তেনে ওখ ঠাইৰ পৰা পৰাৰ ফলত দুৰ্দশাগ্ৰস্তৰ জ্ঞান বা তত নোহোৱা হ’লে মছন্দৰীৰ পাত, নিমখ, জালুক আৰু পিপলি মিহলাই পাতত দি খালে শৰীৰত তত আহে বা জ্ঞান ঘূৰাই পায়। সৰিয়হৰ তেলৰ লগত পানী মিহলাই মূৰত সানিব।

  • কদম গছৰ পাতৰ ৰস উলিয়াই খুৱাব।
  • নহৰু, মৌ, লং ঘিউ আৰু চেনি মিহলাই এবাৰত ৫ গ্ৰামকৈ খুৱাব।

লিখক: ডা: ৰফিক আলী।

2.96923076923
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top