অংশিদাৰী

হিট’স্ত্ৰক

এই শিতানত হিট’স্ত্ৰকৰ বিষয়ে অলোচনা কৰা হৈছে।

  • হিট’স্ত্ৰকত আক্ৰান্ত ব্যক্তিয়ে শৰীৰটো ততালিকে ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰিব লাগে।
  • যদি সম্ভৱ হয় তেওঁক ঠাণ্ডা পানীত বহাই দিব লাগে, ঠাণ্ডা পানীৰে তিওৱা কাপোৰেৰে গাটো মেৰিয়াই দিব লাগে। ঠাণ্ডা পানীত তিওৱা স্পঞ্জ, বৰফ আদিৰে গাটো মুহাৰি দিব লাগে।
  • যেতিয়া আক্ৰান্ত ব্যক্তিৰ উষ্ণতা ১০১ ডিগ্ৰী ফাৰেণহাইটলৈকে নামে, তেওঁক শীতল কোঠা এটাত শুৱাই দিব লাগে।
  • যদি উত্তাপ আকৌ বাঢ়িবলৈ ধৰে, তেন্তে পুনৰ শীতল কৰাৰ ব্যৱস্থাবোৰ।
  • যদি আক্ৰান্ত ব্যক্তিয়ে পানী খাব পাৰে- তেন্তে তেওঁক অলপ পানী খাবলৈ দিব লাগে।
  • কোনো ধৰণৰ ঔষধ দিব নালাগে।
  • চিকিৎসাৰ বাবে ব্যৱস্থা লব লাগে।

উৎস: আইএনডিজি দল

2.9358974359
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top