মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / ১০৮ জৰুৰীকালীন সঁহাৰি সেৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা হ’ল ৭×২৪ ঘন্টাই চিকিৎসা, আৰক্ষী আৰু অগ্নি সম্পৰ্কীয় জৰুৰী সেৱা। এই সেৱা সমগ্ৰ অসম, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, গোৱা, তামিলনাডু, ৰাজস্থান, কৰ্ণাটক, মেঘালয় আৰু মধ্যপ্ৰদেশত উপলব্ধ।

ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল:

  1. সপ্তাহৰ ৭ দিনেই ২৪ ঘন্টা সময় জৰুৰীকালীন সেৱা আগবঢ়োৱা।
  2. স্থায়ী আৰু মোবাইল ফোনৰ পৰা বিনামূলীয়া নম্বৰ উপলভ্যতা।
  3. গঢ়ে ১৮ মিনিটৰ ভিতৰত জৰুৰীকালীন সাহাৰ্য্য আপোনাৰ কাষ পাবগৈ।

উৎস: আইএনডিজি দল

2.88461538462
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top