মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

প্লাষ্টিক ছাৰ্জাৰীৰ পিছত ফিজিঅ’থেৰাপী চিকিৎসা
প্লাষ্টিক ছাৰ্জাৰীৰ পিছত ফিজিঅ’থেৰাপী চিকিৎসাৰ বিষয়ে লিখা হৈছে ।
বাত ৰোগৰ হোমিঅ চিকিৎসা
বাত ৰোগৰ হোমিঅ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।
দিক্‌ নিৰ্ণায়ক
Back to top