মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

তাপাঘাত আৰু সূৰ্যাঘাত
তাপাঘাত আৰু সূৰ্যাঘাত
অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ
অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে সেই বিষয়ে
চিকিৎসকৰ ব্যৱস্থা-পত্ৰ কিছু খুঁটি-নাটি
চিকিৎসকৰ ব্যৱস্থা-পত্ৰ কিছু খুঁটি-নাটি
ফিজিঅ’থেৰাপী
ফিজিঅ’থেৰাপী
বিয়লি বেলাৰ স্বাস্থ্য
বিয়লি বেলাৰ স্বাস্থ্য
ডায়েৰীয়া আৰু অ’ আৰ টি
ডায়েৰীয়া আৰু অ’ আৰ টি
জীয়াই থকাৰ উপসৰ্গসমূহ
জীয়াই থকাৰ উপসৰ্গসমূহ
মদ্যপান আদিৰ বিষক্ৰিয়া
মদ্যপান আদিৰ বিষক্ৰিয়া
বিষাক্ত কীট-পতংগৰ দংশন
বিষাক্ত কীট-পতংগৰ দংশন
নাকত কিবা সোমালে
নাকত কিবা সোমালে
দিক্‌ নিৰ্ণায়ক
Back to top