মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

কাঁইট, হুল আদিয়ে বিন্ধিলে
কাঁইট, হুল আদিয়ে বিন্ধিলে
মস্তিস্কৰ ৰক্তপাত
মস্তিস্কৰ ৰক্তপাত
হৃৎপিণ্ডৰ প্ৰকট অক্ষমতা
হৃৎপিণ্ডৰ প্ৰকট অক্ষমতা
বজ্ৰৰ আঘাত
বজ্ৰৰ আঘাত
জলাতংকত আক্ৰান্ত কুকুৰ বা অন্য জন্তুৱে কামুৰিলে
জলাতংকত আক্ৰান্ত কুকুৰ বা অন্য জন্তুৱে কামুৰিলে
বিষাক্ত সৰ্পৰ দংশন
বিষাক্ত সৰ্পৰ দংশন
শ্বাসপথত বাহ্যিক বস্তু
শ্বাসপথত বাহ্যিক বস্তু
পাকস্থলী আৰু অন্ত্ৰপথত বাহ্যিক বস্তু
পাকস্থলী আৰু অন্ত্ৰপথত বাহ্যিক বস্তু
গাঢ় এছিড আৰু ক্ষাৰৰ বিষক্ৰিয়া
গাঢ় এছিড আৰু ক্ষাৰৰ বিষক্ৰিয়া
স্নায়বিক আঘাত (ছ্‌ক)
স্নায়বিক আঘাতৰ বিষয়ে
দিক্‌ নিৰ্ণায়ক
Back to top