মূল পৃষ্ঠা / স্বাস্থ্য / আলোচনা মঞ্চ / প্ৰাথমিক চিকিৎসা / স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?
অংশিদাৰী

স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?

স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?

বিষয় দিওঁতা Anonymous ত May 03. 2016
মোৰ লʼৰাটোৰ একো কথাই মনত নাথাকে। কি কৰিব লাগিব অলপ জনালে সুখী হʼম।

Re: স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?

বিষয় দিওঁতা Anonymous User ত May 03. 2016
পঢ়োতে খোকোজা লাগিলে বাৰে বাৰে পঢ়াৰ যত্ন কৰক আৰু দৈনিক ব্ৰাক্ষ্মী শাক খাওক।

Re: স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?

বিষয় দিওঁতা Anonymous User ত May 03. 2016
ব্ৰাক্ষ্মী শাক খাব দিয়ক দৈনিক।

Re: স্মৃতিশক্তি বেছি কৰিবলৈ কি কৰিব লাগে?

বিষয় দিওঁতা Anonymous User ত June 01. 2016
তাক কেতিয়াও বেছি যুৰ নিদিব পঢ়াত মানে পঢ়াতো কেতিয়াও বুজা হব নালাগে । আপুনি তাক কিছুমান সপোন দেখুৱাওঁক যাতে সি সেইটো পাবলৈ পঢ়াত মন দিব পাৰে ।
You are an anonymous user. Please insert your name in this comment.
(প্ৰয়োজনীয়)
Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top