মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / চাহ বাগিছাৰ ভ্ৰাম্যমাণ চিকিৎসা গোট
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ বাগিছাৰ ভ্ৰাম্যমাণ চিকিৎসা গোট

চাহ বাগিছাৰ ভ্ৰাম্যমাণ চিকিৎসা গোটৰ বিষয়ে লিখা হৈছে

 

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক যুগান্তকাৰী পদক্ষেপ চাহ বাগিছাৰ ভ্ৰাম্যমাণ চিকিৎসা গোট। এই পদক্ষেপৰ শুভাৰম্ভণি কৰা হ’ব ২০ জুন ২০১৭ তাৰিখে।

ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল:

 

  • অসমৰ চাহ বাগিছাৰ ৰাইজৰ স্বাস্থ্যসেৱাক অধিক সুবিধাজনক ভাবে উপলব্ধ কৰাবৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এইয়া এক যুগান্তকাৰী পদক্ষেপ।
  • অসমৰ চাহ বাগিছাৰ ৰাইজৰ বাবে সংশ্লিষ্ট বাগিছা সমূহত গৈ ভ্ৰাম্যমাণ চিকিৎসা গোটে স্বাস্থ্যসেৱা আগবঢ়াব। এই চিকিৎসা গোটত প্ৰতিখন চিকিৎসা বাহনৰ সাপেক্ষে এজন চিকিৎসা বিষয়া, এগৰাকী এ.এন.এম., ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনেচিয়ান, চকু পৰীক্ষাৰ টেকনিচিয়ানসহ চালক হেণ্ডিমেনেৰে সৈতে এটা ইউনিটে গৈ সংশ্লিষ্ট বাগিছা সমূহত সেৱা আগবঢ়াব।
  • অহা ২০ জুন ২০১৭ৰ পৰা আৰম্ভ হ’ব লগা এই সেৱাৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৩২০ খন চাহ বাগিছা সামৰি লোৱা হ’ব, পৰৱৰ্তী ৩ মাহৰ ভিতৰত অন্য ৮০ খন চাহ বাগিছাত এই সেৱা প্ৰৱৰ্তন কৰা হ’ব।

চাহ বাগিছাত ভ্ৰাম্যমাণ চিকিৎসা গোটৰ স্বাস্থ্য সেৱাসমূহ:

 

১)প্ৰাথমিক স্বাস্থ্যসেৱা,

২)প্ৰসূতি স্বাস্থ্যসেৱা,

৩)শিশু স্বাস্থ্যসেৱা,

৪)পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় সেৱা,

৫)কিশোৰ-কিশোৰীৰ স্বাস্থ্যসেৱা,

৬)সংক্ৰমিত ৰোগৰ চিকিৎসা সেৱা,

৭)অসংক্ৰমিত ৰোগৰ চিকিৎসা সেৱা,

৮)পুষ্টি সম্পৰ্কীয় স্বাস্থ্যসেৱা,

৯)স্বাস্থ্য বাৰ্তা- আচৰণগত পৰিৱৰ্তন সংযোগ সেৱা,

১০)ৰোগ নিৰ্ণায়ক সেৱা,

১১)জটিল সমস্যাৰ ক্ষেত্ৰত ৰেফাৰেলৰ ব্যৱস্থা গ্ৰহণ।

চাহ বাগিছাৰ ভ্ৰাম্যমান চিকিৎসা গোটৰ সেৱা প্ৰথম পৰ্য্যায়ত উপলব্ধ হ’ব লগা চাহ বাগিছাসমূহ:

নগাওঁ:

১)মাটিয়াপাহাৰ চাহ বাগিছা

২)চাপানলা চাহ বাগিছা

৩)বৰবাগান চাহ বাগিছা

৪)ধানতোলা চাহ বাগিছা

৫)জগদম্বা চাহ বাগিছা

৬)চেকনী চাহ বাগিছা

৭)বৰপানী চাহ বাগিছা

শোণিতপুৰ:

৮)ছৰদুৱাৰ চাহ বাগিছা

৯)ধেৰাই চাহ বাগিছা

১০)নিউ পুৰুপবাৰী চাহ বাগিছা

১১)ভোলাগুৰি চাহ বাগিছা

১২)নুৰবাৰী চাহ বাগিছা

ওদালগুৰি:

১৩)বেটীবাৰী চাহ বাগিছা

১৪)ভেৰগাঁও চাহ বাগিছা

১৫)কৃষ্ণ সুশাইবিনি চাহ বাগিছা

ডিব্ৰুগড়:

১৬)আচ্চাবাগ চাহ বাগিছা

১৭)খাটনীয়াৰ চাহ বাগিছা

১৮)মুনিফাৰ্ম চাহ বাগিছা

১৯)প্ৰদীপ চাহ বাগিছা

২০)ভাৰতীয় চাহ বাগিছা

২১)সাই নগৰ চাহ বাগিছা

২২)হিমালয় চাহ বাগিছা

২৩)পুৰুষোত্তম চাহ বাগিছা

২৪)কলীয়াপানী চাহ বাগিছা

২৫)কামাখ্যা চাহ বাগিছা

২৬)সতীশপুৰ চাহ বাগিছা

২৭)লক্ৰিবাম চাহ বাগিছা

২৮)নিউ পাৰ্বতীপুৰ চাহ বাগিছা

২৯)ৰামজীমহন চাহ বাগিছা

৩০)সৰোজিনী চাহ বাগিছা

৩১)টকৌ চাহ বাগিছা

৩২)শালমাৰী চাহ বাগিছা

৩৩)শ্ৰী লক্ষ্মী চাহ বাগিছা

৩৪)ভগত ৰাম চাহ বাগিছা

৩৫)বিনয়া চাহ বাগিছা

৩৬)জ্যোতিবাম চাহ বাগিছা

৩৭)দিৰিনান চাহ বাগিছা

৩৮)ট’দি চাহ বাগিছা

৩৯)হাতীখোলা চাহ বাগিছা

৪০)কানাই চাহ বাগিছা

৪১)দেওধাই চাহ বাগিছা

৪২)মেঘা চাহ বাগিছা

৪৩)সুৰভি চাহ বাগিছা

৪৪)আগৰৱালা চাহ বাগিছা

৪৫)ডিখ্ৰাই চাহ বাগিছা

৪৬)দুলীয়াবাৰী চাহ বাগিছা

৪৭)দ্বাৰিকাপুৰ চাহ বাগিছা

৪৮)শুকমল চাহ বাগিছা

৪৯)পাৰ্বতীপুৰ চাহ বাগিছা

৫০)নন্দন চাহ বাগিছা

৫১)নৱাৰূণ চাহ বাগিছা

৫২)দুৰ্গাপুৰ চাহ বাগিছা

৫৩)খনিকৰ চাহ বাগিছা

৫৪)কবীৰ চাহ বাগিছা

৫৫)আদিত্য চাহ বাগিছা

৫৬)ঘ্ৰনীয়া চাহ বাগিছা

৫৭)জালান নগৰ চাহ বাগিছা

৫৮)লাহোৱালবাৰী চাহ বাগিছা

৫৯)ৰামেশ্বৰ নগৰ চাহ বাগিছা

৬০)বিপিন বাগা চাহ বাগিছা

৬১)বাগ্ৰদিয়া চাহ বাগিছা

৬২)চাওদাং চাহ বাগিছা

৬৩)অৰ্পনা চাহ বাগিছা

৬৪)ভাজনী চাহ বাগিছা

৬৫)মনঞ্জকুঞ্জ চাহ বাগিছা

৬৬)নিউ বৰবান চাহ বাগিছা

৬৭)দক্ষিণ বৰবান চাহ বাগিছা

৬৮)বেলবাৰী চাহ বাগিছা

৬৯)নিউ পাৰ্বতীপুৰ চাহ বাগিছা

৭০)পিথুন চাহ বাগিছা

৭১)অষিতপুৰ চাহ বাগিছা

৭২)কঠালগুৰি চাহ বাগিছা

৭৩)দুলীয়া চাহ বাগিছা

৭৪)ত্ৰিবেণী চাহ বাগিছা

৭৫)ষোধপুৰ চাহ বাগিছা

৭৬)ডি’পট লাইন চাহ বাগিছা

৭৭)মুতছান্দ চাহ বাগিছা

৭৮)গীতা নগৰ চাহ বাগিছা

৭৯)পিপৰতলি চাহ বাগিছা

৮০)মনোজকুঞ্জ চাহ বাগিছা

৮১)ৰংমালা চাহ বাগিছা

৮২)শালকটাৰ চাহ বাগিছা

৮৩)বুদ্ধ চাহ বাগিছা

৮৪)শইকীয়া চাহ বাগিছা

৮৫)সৌৰভ চাহ বাগিছা

৮৬)ঘগ্ৰাজান চাহ বাগিছা

৮৭)হাতীগড় চাহ বাগিছা

৮৮)দেওধাই চাহ বাগিছা

৮৯)কেশৰবাৰী চাহ বাগিছা

৯০)মথলা চাহ বাগিছা

৯১)মুকুল চাহ বাগিছা

৯২)বাগ্ৰদিয়া চাহ বাগিছা

৯৩)ৰাধেশ্যাম চাহ বাগিছা

৯৪)আলিমূৰ চাহ বাগিছা

কাছাৰ:

৯৫)কালাইনছিৰা চাহ বাগিছা

৯৬)হিলৰা চাহ বাগিছা

৯৭)ক্ৰেইগপাৰ্ক চাহ বাগিছা

৯৮)ডিগাবৰ চাহ বাগিছা

৯৯)জিৰিঘাট চাহ বাগিছা

১০০)দিলখুছ চাহ বাগিছা

১০১)নাৰায়ণপুৰ চাহ বাগিছা

১০২)বৰতল চাহ বাগিছা

১০৩)ৰতনপুৰ চাহ বাগিছা

১০৪)হাতীছেৰা চাহ বাগিছা দলগ্ৰাম চাহ বাগিছা

১০৫)দলগ্ৰাম চাহ বাগিছা

১০৬)অম্ৰানগৰ চাহ বাগিছা

১০৭)দুৱাৰবন্দ চাহ বাগিছা

১০৮)বিনোধনগৰ চাহ বাগিছা

১০৯)কৈলাশপুৰ চাহ বাগিছা

১১০)ৰুকনি চাহ বাগিছা

১১১)ডেৰভী চাহ বাগিছা

১১২)মনিয়াৰখাল চাহ বাগিছা

১১৩)ৰহমান নগৰ চাহ বাগিছা

১১৪)শিলকড়ি চাহ বাগিছা

১১৫)ইন্দ্ৰগড় চাহ বাগিছা

১১৬)বৰখাই চাহ বাগিছা

কৰিমগঞ্জ:

১১৭)ইনৰবন্দ চাহ বাগিছা

১১৮)ছাৰগোলা চাহ বাগিছা

১১৯)জালাননগৰ চাহ বাগিছা

১২০)মদনপুৰ চাহ বাগিছা

১২১)ৰমনীকৃষ্ণ চাহ বাগিছা

১২২)আইলাবাৰী চাহ বাগিছা

১২৩)কালীনগৰ চাহ বাগিছা

১২৪)মানিকনগৰ চাহ বাগিছা

১২৫)বিদ্যানগৰ চাহ বাগিছা

১২৬)গম্ভীৰা চাহ বাগিছা

১২৭)বাইতাখেল চাহ বাগিছা

১২৮)ভুব্ৰিঘাট চাহ বাগিছা

১২৯)ইচাভীল চাহ বাগিছা

১৩০)লংগাই চাহ বাগিছা

১৩১)হাতীখিৰা চাহ বাগিছা

১৩২)প্ৰমোদনগৰ চাহ বাগিছা

১৩৩)পথিনিন চাহ বাগিছা

হাইলাকান্দি:

১৩৪)বালিকান্দি চাহ বাগিছা

১৩৫)বন্দুকমাৰা চাহ বাগিছা

১৩৬)ছান্দীপৰে চাহ বাগিছা

১৩৭)নৰসিংপুৰ চাহ বাগিছা

১৩৮)কৈয়াস চাহ বাগিছা

১৩৯)লালাছেৰৰা চাহ বাগিছা

১৪০)ৰাতাকান্দি চাহ বাগিছা

১৪১)দক্ষিণ কাছাৰ চাহ বাগিছা

১৪২)লক্ষীনগৰ চাহ বাগিছা

১৪৩)চুলতানীছীৰা চাহ বাগিছা

১৪৪)ৰামছন্দি চাহ বাগিছা

১৪৫)ৰূপছিৰা চাহ বাগিছা

১৪৬)ৱৰ্নাৰপুৰ চাহ বাগিছা

কাৰ্বি আংলং:

১৪৭)বোকাজান চাহ বাগিছা

১৪৮)লেঙৰী চাহ বাগিছা

১৪৯)ৰামননগৰ চাহ বাগিছা

১৫০)লাহৰীজান চাহ বাগিছা

১৫১)দেওপানী চাহ বাগিছা

১৫২)বনস্পতি চাহ বাগিছা

১৫৩)ধনশিৰি চাহ বাগিছা

১৫৪)বৰপথাৰ চাহ বাগিছা

১৫৫)চিলনীজান চাহ বাগিছা

১৫৬)নামবৰ নদী চাহ বাগিছা

১৫৭)সোৱনশিৰি চাহ বাগিছা

১৫৮)বগীজান চাহ বাগিছা

১৫৯)ভাগৱতী চাহ বাগিছা

১৬০)দলামৰা চাহ বাগিছা

শিৱসাগৰ:

১৬১)বনমালী চাহ বাগিছা

১৬২)থেকেৰাগুৰি চাহ বাগিছা

১৬৩)ডুববা চাহ বাগিছা

১৬৪)খনা চাহ বাগিছা

১৬৫)ৰতনপুৰ চাহ বাগিছা

১৬৬)সোনাৰি চাহ বাগিছা

১৬৭)তিমন চাহ বাগিছা

১৬৮)শ্ৰী শিববাৰী চাহ বাগিছা

১৬৯)নামতোলা চাহ বাগিছা

১৭০)গোঁসাইবাৰী চাহ বাগিছা

১৭১)কৃষ্ণবিহাৰী চাহ বাগিছা

১৭২)মস্কৰা চাহ বাগিছা

১৭৩)ৰজাবাৰী চাহ বাগিছা

১৭৪)বিষ্ণুপুৰ চাহ বাগিছা

১৭৫)বৰ্তীমন চাহ বাগিছা

১৭৬)খাগৰিজান চাহ বাগিছা

১৭৭)কোঁৱৰবাৰী চাহ বাগিছা

১৭৮)নিউ মাজিদপুৰ চাহ বাগিছা

১৭৯)ঘোঁৰাজান চাহ বাগিছা

১৮০)বৰুৱাখাট চাহ বাগিছা

১৮১)নন্দিনী চাহ বাগিছা

১৮২)তৈৰাই চাহ বাগিছা

১৮৩)ধনেখনা চাহ বাগিছা

১৮৪)কলকাতা চাহ বাগিছা

১৮৫)মুক্তাবাৰী চাহ বাগিছা

১৮৬)নামদাং চাহ বাগিছা

১৮৭)ৰাইদাং চাহ বাগিছা

১৮৮)চতাই চাহ বাগিছা

১৮৯)গদোকা চাহ বাগিছা

১৯০)বৰুৱাখাত চাহ বাগিছা

১৯১)নগাখাত চাহ বাগিছা

১৯২)শোণিতপুৰ চাহ বাগিছা

১৯৩)নিউ তিমন হাবি চাহ বাগিছা

তিনিচুকীয়া:

১৯৪)ব্ৰমাজান চাহ বাগিছা

১৯৫)খাটঙপানী চাহ বাগিছা

১৯৬)চেগুনবাৰী চাহ বাগিছা

১৯৭)দিহিঙীয়া চাহ বাগিছা

১৯৮)লংটন চাহ বাগিছা

১৯৯)নতুন মাটি চাহ বাগিছা

২০০)মনিৰাম চাহ বাগিছা

২০১)কোনাপথাৰ চাহ বাগিছা

২০২)পাটাকাই চাহ বাগিছা

২০৩)আলাকন চাহ বাগিছা

২০৪)পাহাৰপুৰ চাহ বাগিছা

২০৫)তিপাম চাহ বাগিছা

২০৬)পৰশুৰাম উত্তৰ চাহ বাগিছা

২০৭)মথলা চাহ বাগিছা

২০৮)পৰশুৰাম দক্ষিণ চাহ বাগিছা

২০৯)মাজবাৰী চাহ বাগিছা

২১০)নীলিমা চাহ বাগিছা

২১১)জানকী চাহ বাগিছা

২১২)ভেৰজান চাহ বাগিছা

২১৩)জলপনীয়া চাহ বাগিছা

২১৪)কাট্টো চাহ বাগিছা

২১৫)সাঁপজান চাহ বাগিছা

২১৬)সাবিত্ৰী চাহ বাগিছা

২১৭)গংগাবাৰী চাহ বাগিছা

২১৮)মংগলম চাহ বাগিছা

২১৯)বজৰংপুৰ চাহ বাগিছা

২২০)ছৌখানি চাহ বাগিছা

২২১)ধনজান চাহ বাগিছা

২২২)গুঁই চাহ বাগিছা

২২৩)সদাশিৱ চাহ বাগিছা

২২৪)বিনায়ক চাহ বাগিছা

২২৫)চাপৰতলি চাহ বাগিছা

২২৬)সোকেৰটিং চাহ বাগিছা

২২৭)চৌবাম চাহ বাগিছা

২২৮)টিঙামিৰা চাহ বাগিছা

২২৯)উল্লাস চাহ বাগিছা

২৩০)বিষ্ণু চাহ বাগিছা

যোৰহাট:

২৩১)উদয়জ্যোতি চাহ বাগিছা

২৩২)মেজেঙা চাহ বাগিছা

২৩৩)কুসুম চাহ বাগিছা

২৩৪)কেছাপৰী চাহ বাগিছা

২৩৫)উত্তৰ বৰছৈকতা চাহ বাগিছা

২৩৬)দক্ষিণ বৰছৈকতা চাহ বাগিছা

২৩৭)কাছজান চাহ বাগিছা

২৩৮)লেটেকুজান চাহ বাগিছা

২৩৯)শিঙৰিজান চাহ বাগিছা

২৪০)স্বৰ্ণপুৰ চাহ বাগিছা

২৪১)গোবিন্দপুৰ চাহ বাগিছা

২৪২)লক্ষ্মীজান চাহ বাগিছা

২৪৩)বচাবাৰী চাহ বাগিছা

২৪৪)মাধপুৰ চাহ বাগিছা

২৪৫)ছৈয়দ বাৰী চাহ বাগিছা

২৪৬)ঠেঙালবাৰী চাহ বাগিছা

২৪৭)নাৰায়ণপুৰ চাহ বাগিছা

২৪৮)বাঘচোং চাহ বাগিছা

২৪৯)বৰুৱাজান চাহ বাগিছা

২৫০)বাঢ়নী চাহ বাগিছা

২৫১)নিউ সোণোৱাল চাহ বাগিছা

২৫২)শ্যকট্টা চাহ বাগিছা

২৫৩)টোওকলাই চাহ বাগিছা

২৫৪)কমাৰবন্ধা চাহ বাগিছা

২৫৫)যোগীভেঁটা চাহ বাগিছা

২৫৬)কঁকালদঙা চাহ বাগিছা

২৫৭)বামুণীবাৰী চাহ বাগিছা

২৫৮)আখৈদেসা চাহ বাগিছা

২৫৯)মনোময় চাহ বাগিছা

২৬০)পদুম চাহ বাগিছা

২৬১)উমাবাৰী চাহ বাগিছা

২৬২)চেনিজান চাহ বাগিছা

২৬৩)গ্ৰীনভিও চাহ বাগিছা

২৬৪)যাদৱপুৰ চাহ বাগিছা

২৬৫)লক্ষীবাৰী চাহ বাগিছা

২৬৬)চেঁপাজান চাহ বাগিছা

২৬৭)দময়ন্তী চাহ বাগিছা

২৬৮)দূৰ্গাবাৰী চাহ বাগিছা

২৬৯)বলমা চাহ বাগিছা

২৭০)বৈদেহা চাহ বাগিছা

২৭১)জগদুৱাৰ চাহ বাগিছা

২৭২)কমলপুৰ চাহ বাগিছা

২৭৩)মধুপুৰ চাহ বাগিছা

২৭৪)চেলেং চাহ বাগিছা

২৭৫)গোঁসাইবাৰী চাহ বাগিছা

২৭৬)নাগিনীজান চাহ বাগিছা

২৭৭)তিৰুৱাল চাহ বাগিছা

২৭৮)সৰুচৰাই চাহ বাগিছা

২৭৯)পানীচুকীয়া চাহ বাগিছা

২৮০)পুৰণিমাটি চাহ বাগিছা

২৮১)চেতিয়াবাৰী চাহ বাগিছা

২৮২)হিৰাজান চাহ বাগিছা

গোলাঘাট:

২৮৩)ভগৱান চাহ বাগিছা

২৮৪)দিঘলীহালি চাহ বাগিছা

২৮৫)ৰেংমা চাহ বাগিছা

২৮৬)পাভজান চাহ বাগিছা

২৮৭)শিঙিমাৰী চাহ বাগিছা

২৮৮)আনন্দপুৰ চাহ বাগিছা

২৮৯)ৰজাবাৰী চাহ বাগিছা

২৯০)মিছামৰা চাহ বাগিছা

২৯১)বন চাহ বাগিছা

২৯২)গৰীয়াজান চাহ বাগিছা

২৯৩)কৰুণাটিং চাহ বাগিছা

২৯৪)ৰঙামাটি চাহ বাগিছা

২৯৫)ভোগদাবাৰী আৰু মনী চাহ বাগিছা

২৯৬)কৃষ্ণ(ক) চাহ বাগিছা

২৯৭)কৃষ্ণ(খ) চাহ বাগিছা

২৯৮)নীতিন নগৰ চাহ বাগিছা

২৯৯)বালিজান চাহ বাগিছা

৩০০)বুলকীটিং চাহ বাগিছা

৩০১)দলৌজান চাহ বাগিছা

৩০২)হাতীগড় মাটিখোলা চাহ বাগিছা

৩০৩)ৰঙাজান চাহ বাগিছা

৩০৪)উদয়ন চাহ বাগিছা

৩০৫)কাঠনী চাহ বাগিছা

৩০৬)নাহৰবাৰী চাহ বাগিছা

৩০৭)মৰঙী চাহ বাগিছা

৩০৮)বিজুলী চাহ বাগিছা

৩০৯)বগীঢলা চাহ বাগিছা

৩১০)গোবিন্দপুৰ চাহ বাগিছা

৩১১)প্ৰভাকৰ চাহ বাগিছা

৩১২)প্ৰগতি চাহ বাগিছা

৩১৩)বৰফলং চাহ বাগিছা

৩১৪)হালমিৰামূখ চাহ বাগিছা

৩১৫)হাওতলী চাহ বাগিছা

৩১৬)পদুমনি চাহ বাগিছা

৩১৭)বনৱাৰিপুৰ চাহ বাগিছা

৩১৮)মহিমা চাহ বাগিছা

৩১৯)নীলগিৰি চাহ বাগিছা

৩২০)সোণাখাট চাহ বাগিছা

 

উৎস:নিয়মীয়া বাৰ্তা

 

 

2.87096774194
উত্তম গোৱালা Oct 27, 2017 04:04 AM

এই চিকিৎসা গাওঁ অঞ্চলত দিলে ৰাইজৰ সুবিধা হয় । যাতে চৰকাৰে অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰি দিয়ে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top