নাৰিকলৰ গজালিৰ স্বাস্থ্যজনিত লাভ:
আচলতে নাৰিকলৰ ভ্ৰূণ বুলি কলে বেছি শুদ্ধ হব।
এই নাৰিকলৰ ভ্ৰূণ টো আজিও অৱহেলা কৰি পেলাই দিয়া হয়।
নাৰিকলৰ দৰে সোৱাদ নথকা এই সোপোকা অংশটোৰ ঔষধী গুণ জনাৰ পিছত হয়তো আপুনি আৰু অনাদৰ নকৰিব বা পেলাই নিদিয়ে।
১. ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই এন্টিভাইৰেল, এন্টিবায়টিক, এন্টি ফাংগাল আৰু এন্টি পেৰাচাইট।
২. তাত্ক্ষণিক শক্তিৰ প্ৰাকৃতিক উত্স। শাৰীৰিক বল শক্তি বৃদ্ধি কৰে।
৩. হজম শক্তি বঢ়াই শৰীৰক নিউট্ৰিয়েন্টচ, ভিটামিন, মিনাৰেল্চ গ্ৰহণ কৰাত সহায় কৰে।
৪. ডায়বেটিচ সমন্ধীয় লক্ষণ প্ৰতিৰোধ কৰে আৰু ইন্সুলিন ক্ষৰণ বৃদ্ধি কৰে।
৫. পেনকৃয়াচৰ কম ইন্সুলিন ক্ষৰণৰ ফলত হব পৰা কেনচাৰৰ পৰা ৰক্ষা কৰে আৰু ফ্ৰী ৰেডিকেল্স নাইকিয়া কৰি অকাল বাৰ্ধক্য আৰু ডিজেনেৰেটিভ ৰোগ সমূহক বাধা দিয়ে।
৬. হৃদস্বাস্থ্যৰ ৰিস্ক কম কৰি ভাল কলেষ্টৰেল (HDL) বঢ়ায়।
৭. থাইৰয়েড ফাংচন চাপোৰ্ট আৰু ৰি-স্টোৰ কৰে।
৮. বৃক্কৰোগ আৰু মুত্ৰথলী সংক্ৰমণ প্ৰতিৰোধ কৰে।
৯. ওজন কমোৱাত সহায় কৰে।
১০. চুলি, ছাল স্বাস্থ্যৱান ৰাখে-
*যৌৱন দিপ্ততা বঢ়ায়,
*ৰিংকল,
*সুতুৰা ছাল,
*বয়সৰ দাগ নাইকিয়া কৰে আৰু
*সূৰ্য ৰশ্মিৰ পৰা (চান প্ৰটেক্সন) ৰক্ষা কৰে।
লেখক: যোগেশ দাস