মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / প্ৰাকৃতিক চাহৰ উপকাৰিতা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক চাহৰ উপকাৰিতা:

প্ৰাকৃতিক চাহৰ উপকাৰিতা বিষয়ে

1. ই হৃদৰোগীৰ বাবে বৰ উপকাৰী।কাৰণ ই তেজত থকা কলেষ্টেৰ’ল(Cholesterol)ৰ মাত্ৰ কমাই ৰাখে ।

2.  ই গাঠিৰ বিষৰ কাৰণে উত্তম আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰাখে।

3.  ই মধুমেহ বা বহুমূত্ৰ ৰোগীৰ বাবে লাভদায়ক।কিয়নো ইয়াত থকা এন্টিঅক্সাইডেন্টে তেজত থকা শৰ্কৰা(Blood sugar)ৰ মাত্ৰা কমাই ৰাখে।

4.  ই জৰায়ু,হাঁওফাওঁ,স্তন,পাকস্থলী আদিত হোৱা কেঞ্চাৰ ৰোগৰ প্ৰতিষেধকস্বৰূপ।

5.  সেউজীয়া চাহত থকা এন্টিঅক্সাইডেন্টে(Antioxidant) ভিটামিন C তকৈ 100 গুণ বেছি আৰু ভিটামিন E তকৈ 25 গুণ বেছি কাম কৰে।

6.  শৰীৰৰ গাঁঠিত থকা বান্ধনীৰ(Cartilage)ৰ অসুখ কমাই ৰাখে।

7.  ই মগজু সুস্থ ৰাখে আৰু স্মৃতি শক্তি বঢ়ায়।

8.  ই পানীলগা,কাহ আৰু ছালৰ অসুখক বাধা দিয়ে।

9.  ই দাঁতৰ ক্ষয়ৰোগ কমাই ৰাখে আৰু দাঁতত থকা জীৱাণু ধ্বংস কৰে।

10. ই হজমী শক্তি বঢ়ায় আৰু পেটৰ বহু গুৰুতৰ অসুখৰ পৰা ৰক্ষা কৰে।

11. ই সুৰাপায়ীসকলক লিভাৰৰ অসুখৰ পৰা বচাই ৰাখে।

12. ই তিনি মাহৰ ভিতৰতে ওজন কমায় আৰু ৰক্তচাপ নিৰাময় কৰে।

13. ই মাংসপেশী আৰু ছাল সবল হোৱাত সহায় কৰে।

14. ই শৰীৰক এলাৰ্জীৰ পৰা মুক্ত কৰে।

 

উৎস: চেনেহী টী ফাৰ্ম

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top