অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিস্ময়জনক পানীয়

গাজৰ, আপেল আৰু আলুৰ সংমিশ্রণৰ পানীয়; ই এবিধ বিস্ময়জনক পানীয়৷ আপুনি ইয়াৰ বাবে বাকলি গুচাই এটা আলু, এটা গাজৰ আৰু এটা আপেল মিক্সাৰ বা গ্রাইন্দাৰৰ জুইচাৰত ভৰাই ৰস উলিয়াই লগে লগে পি খাওক৷ জিভাৰ জুতিৰ বাবে অলপ নেমুৰ ৰস দি লব পাৰে৷ এইদৰে সদায় ৰাতিপুৱা খাওক৷ এই বিস্ময়জনক পানীয়ই আপোনাৰ বহু উপকাৰ কৰে৷

গাজৰ, আপেল আৰু আলুৰ সংমিশ্রণৰ পানীয়;  ই এবিধ বিস্ময়জনক পানীয়৷

আপুনি ইয়াৰ বাবে বাকলি গুচাই এটা আলু, এটা গাজৰ আৰু এটা আপেল মিক্সাৰ বা গ্রাইন্দাৰৰ জুইচাৰত ভৰাই ৰস উলিয়াই লগে লগে পি খাওক৷ জিভাৰ জুতিৰ বাবে অলপ নেমুৰ ৰস দি লব পাৰে৷ এইদৰে সদায় ৰাতিপুৱা খাওক৷ এই বিস্ময়জনক পানীয়ই আপোনাৰ বহু উপকাৰ কৰে৷

১. কেন্সাৰ কোষ বৃদ্ধিত বাধা দিয়ে৷

২. কিডনি, লিভাৰ, পেংক্রিয়াচৰ বেমাৰ নাশ কৰে আৰু আলচাৰ্ জাতীয় আন্ত্রিক ঘাঁ সোনকালে নিৰাময় কৰে৷

৩. শ্বাসতন্ত্র শক্তিশালী কৰে, হাৰ্ট এটাক আৰু উচ্চ ৰক্ত চাপত বাধা দিয়ে৷

৪. দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

৫. চকুৰ বাবে ভাল, চকু ৰঙা পৰা আৰু ভাগৰুৱা বা শুকান লগা নাইকিয়া কৰে৷

৬. দেহৰ অশুদ্ধি আঁতৰায়, কৌষ্টকাঠিন্য নাইকিয়া কৰে আৰে দেহা সুশ্রী কৰে৷

৭. কাম কৰোঁতে হোৱা গাৰ বিষ আৰু মাংসপেষীৰ বিষ নাইকিয়া কৰে৷

৮. বদহজমৰ বাবে হোৱা শ্বাস-প্রশ্বাসৰ বেয়া গোন্ধ আৰু ডিঙিৰ ইন্ফেক্চন নাইকিয়া কৰে৷

৯. কিছুমান মহিলাৰ ক্ষেত্ৰত দেখা দিয়া মাহেকীয়া ঋতুস্রাৱৰ বাবে হোৱা বিষ কমায়৷

ইয়াৰ কোনো চাইদ্ এফেক্ট নাই, উচ্চ গুণসম্পন্ন আৰু শৰীৰে সোনকালে গ্ৰহণ কৰে৷ আপোনাৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্রত ই অতি ফলদায়ক৷ সদায় সময় মতে খালে আপুনি মন কৰিব আপোনাৰ দেহৰ প্রতিৰোধ ক্ষমতা দুসপ্তাহত উন্নত হৈছে৷ এটা কথা মন কৰিব যে পানীয় খিনি লগে লগে খাব লাগে৷

বিঃ দ্রঃ – ৰাতিপুৱাই খালী পেটত এই পানীয়খিনি পি খাওক আৰু তাৰ এঘণ্টাৰ পাছতহে ৰাতিপুৱাৰ আহাৰ খাওক৷ ফল সোনকালে পাবৰ বাবে দিনটোত দুবাৰ খাওক ৰাতিপুৱা আৰু আবেলি ৫ বজাৰ আগতে৷ যদি আপুনি ভাল ফল পায় আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱক ক’বলৈ নাপাহৰিব৷

(উত্সঃ ইণ্টাৰনেট, দিগন্ত শইকীয়া)।

3.08571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top