মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভাতকেৰেলাৰ পাঁচটা গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাতকেৰেলাৰ পাঁচটা গুণ :

ভাতকেৰেলাৰ পাঁচটা গুণৰ বিষয়ে লিখা হৈছে ।

 

১)ভাতকেৰেলা মধুমেহত আক্ৰান্ত ৰোগীৰ বাবে যথেষ্ট উপযোগী। ই তেজৰ শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰি নিয়ন্ত্ৰিত কৰে।

২)ই কৰ্কট প্ৰতিৰোধী। নিয়মিত ভাতকেৰেলা খালে কৰ্কটক দূৰতে বিদূৰ কৰিব পাৰি।

৩)ভাতকেৰেলা বয়স প্ৰতিৰোধী। শৰীৰৰ ছাল মসৃণ আৰু সুষম কৰি ৰখাতো ই যথেষ্ট সহায়ক।

৪)দৃষ্টিশক্তি উন্নত কৰে।

৫)ভাতকেৰেলা গ্ৰীষ্ম কালত নিয়মিত ভাৱে খাদ্যাভ্যাসত ৰাখিব পাৰে। কিয়নো নিয়মিত ভাতকেৰেলা খালে শৰীৰৰ অতিৰিক্ত ঘাম ওলোৱা নিয়ন্ত্ৰণ কৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top