মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মাতৃ দুগ্ধৰ পৰিপূৰক খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃ দুগ্ধৰ পৰিপূৰক খাদ্য :

মাতৃ দুগ্ধৰ পৰিপূৰক খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

আহাৰ খুৱাব পাৰি। সৰু শিশুৰ বাবে সূৰ্যৰ কিৰণ খুব প্ৰয়োজন। শিশুক শীতকালৰ ৰ’দ লগাব লাগে। ৰ’দৰ তাপত শিশুৰ শৰীৰত ভিটামিন উৎপন্ন হয়। শিশুক সেৱন কৰা খাদ্যসম্ভাৰখিনি সোৱাদযুক্ত কৰি প্ৰস্তুত কৰিব লাগে। শিশুৰ খাদ্যত জ্বলা বা মছলা ব্যৱহাৰ কৰিব নালাগে। ই শিশুৰ বাবে ক্ষতিকাৰক। বজৰুৱা খাদ্যতকৈ স্বগৃহতে শক্তি যোগান ধৰে। মাখন, তেল, ঘিউ আদি পাৰিলে অলপ-অচৰপ খুৱাব লাগে। ভিটামিন ‘এ’ দৃষ্টিশক্তিৰ বাবে পৰম আৱশ্যক। ঢেঁকীত বনা চাউল, গম, আট, ময়দা আদিও স্বাস্থ্যবৰ্ধক। নেমুটেঙা, কল, বিলাহী, আমলখি আদিও প্ৰয়োজন। ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত নানা ৰোগ হ’ব পাৰে। তালৈ সাধাৰণতে চকু দিয়া খুব প্ৰয়োজন। প্ৰকৃতিৰ বাতাবৰণৰ লগত সহাৱস্থান কৰা খুব জৰুৰী। শিশুৰ খাদ্যৰ প্ৰতি পিতৃ-মাতৃয়ে চকু দিয়া অতি আৱশ্যক। সময় মতে আহাৰ সেৱন কৰিব লাগে। চাফ-চিকুণৰ প্ৰতি নজৰ দিব লাগে।

লেখক: নুৰুদ্দিন আহমেদ(অসম বাণী)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top