মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সু-স্বাস্থ্যৰ বাবে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সু-স্বাস্থ্যৰ বাবে :

সু-স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

১) প্ৰতিমাহত অন্তত: এবাৰকৈ শৰীৰৰ ওজন জুখিব

২) বছৰত অন্তত: দুবাৰ কাণ-নাক-ডিঙি পৰীক্ষা কৰাব।

৩) বছৰত কমেও দুবাৰ চকু পৰীক্ষা কৰাব।

৪) অন্তত: এবাৰ সম্পুৰ্ণ ৰক্ত-শৌচ-প্ৰস্ৰাৱ পৰীক্ষা কৰাব।

৫) থাইৰয়ডৰ পৰীক্ষা এবাৰ হ’লেও কৰিব।

৬) ডায়েবেটিছ পৰীক্ষা কৰাব।

৭) এবাৰ ই চি জি কৰাব।

৮) বছৰটোত অন্তত: দুবাৰ দাঁতৰ পৰীক্ষা কৰাব।

৯) অতি কমেও এবাৰকৈ লিভাৰ-কিডনী ইউৰিক এচিড, কলেষ্টেৰলৰ পৰীক্ষা কৰাব।

১০) মহিলাসকলে স্তনৰ পৰীক্ষা কৰাব।

১১) বয়সস্থ পুৰুষসকলে অন্তত: দুবাৰ প্ৰষ্টেট গ্ৰন্থিৰ পৰীক্ষা কৰাব।

১২) পেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী কৰিব।

১৩) কঁকাল- আঁঠুৰ ব্যায়াম নিয়মিতভাৱে কৰিব।

১৪) নিয়মিতভাৱে অন্তত: ৩০ মিনিট খোজ কাড়ঃিব।

১৫) নিশা মচলাযুক্ত, গুৰুখাদ্য নাখাব।

১৬) প্ৰতিদিনে অতিকমেও ৩ লিটাৰ পানী খাব।

১৭) ৭ ঘণ্টা শুবলৈ চেষ্টা কৰিব।

উৎস: জি এনআৰ চি স্বাস্থ্য

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top