মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰঙালাউৰ গুটিৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালাউৰ গুটিৰ উপকাৰিতা :

ৰঙালাউৰ গুটিৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

*ৰঙালাউৰ গুটিত জিংক, বি-কমপ্লেক্স আৰু এন্টি-অক্সিডেন্ট থকাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

*ৰঙালাউৰ গুটিত থকা জিংক, মেগনেছিয়াম আৰু ট্ৰিপটফেনে নিদ্ৰাহীনতা দূৰ কৰে।

*ইয়াত থকা এন্টি-অক্সিডেন্ট আৰু ফাইবাৰে লিভাৰৰ ৰোগ প্ৰতিৰোধ কৰে।

*ডায়েবেটিছ ৰোগীৰ বাবে অতি উপযোগী ৰঙালাউৰ গুটি। ইয়াত থকা জিংকে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে।

*ৰঙালাউৰ গুটিৰ ফাইবাৰে শৰীৰৰ চৰ্বি নাশ কৰে।

উৎস: নিয়মীয়া বাৰ্তা

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top