অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিপুষ্টি

এজন মানুহৰ এটা সু-স্বাস্থ্যৰ বাবে পৰিপুষ্টি আটাইতকৈ প্ৰয়োজনীয় উপাদান। উত্তম পৰিপুষ্টি, নিয়মীয়া আহাৰ গ্ৰহণ আৰু দৈনিক শাৰীৰিক শ্ৰম এইকেইটা হৈছে এটা সু-স্বাস্থ্যৰ মাপকাঠি। অনুন্নত পৰিপুষ্টিয়ে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে আৰু শাৰীৰিক আৰু মানসিক বিকাশত বাধা জন্মায়। কেনেকুৱা খাদ্যই খালে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব পাৰি আৰু কোনবিধ খাদ্যত কি খাদ্যপ্ৰান থাকে বা কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। এই সকলোবোৰ বিষয় তলত আলোচনা কৰা হ’ল।

পিয়াজৰ লাভজনক গুণাগুণ
পিয়াজৰ গুণাগুণ বিষয়ে
হৃদৰোগীৰ বাবে বিলাহীৰ টেবলেট
হৃদৰোগীৰ বাবে বিলাহীৰ টেবলেট
খাদ্যৰ ৰং আৰু ৰঙৰ বিপদ
খাদ্যৰ ৰং আৰু ৰঙৰ বিপদ
শীতল পানীয়
শীতল পানীয়
ভিটামিন ডি ৰ প্ৰয়োজনীয়তা
ভিটামিন ডি ৰ প্ৰয়োজনীয়তাৰ বিষয়ে
কাঠফুলা
কাঠফুলাৰ কেইটামান বিশেষ উপকাৰী দিশৰ বিষয়ে আলোচনা কৰা হৈছে
মধুৰীআম
মধুৰীআমৰ পুষ্টিগত দিশসমূহৰ বিষয়ে ইয়াত আলোচিত হৈছে
পুষ্টিকৰ আহাৰ ডাইল
পুষ্টিকৰ আহাৰ বিভিন্ন ডাইলৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
নহৰু
নহৰুৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে
পুষ্টিৰে ভৰপুৰ ৰঙালাউ
পুষ্টিৰে ভৰপুৰ ৰঙালাউ
দিক্‌ নিৰ্ণায়ক
Back to top