অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডালচেনিৰ অদ্ভুত চমৎকাৰিক ঔষধি গুণ

ডালচেনিৰ অদ্ভুত চমৎকাৰিক ঔষধি গুণ

অদ্ভুত বস্তুবিলাক প্ৰকৃতিয়ে আমাক সহজতে উপলব্ধ হোৱাকৈয়ে দিয়ে। মাত্ৰ আমি সহজতে পোৱা কাৰণে সেইবোৰৰ মূল্য বুজিব নোৱাৰো।

ডালচেনি প্ৰকৃতিৰ এক অদ্ভুত অৱদান।
ইয়াক বিভিন্ন ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। তাৰে কেইটামান তলত উল্লেখ কৰা হল।

১। উচ্চ ৰক্তচাপত ই মহৌষধস্বৰূপে কাম কৰে। নিতৌ খালীপেটত আধাচামুচ ডালচেনিৰ গুড়ি এক কাপ গৰমপানীৰ সৈতে নিয়মিত ২/৩ মাহ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।
( ৰক্তচাপ বেছি হৈ থকা অৱস্থাত এনেকৈ খালে প্ৰায় ৪০ মিনিটৰ ভিতৰতে উচ্চৰক্তচাপ সাধাৰণ অৱস্থালৈ আহে)।

২। টিবি, হাপানি,এজমা বা যিকোনো এলাৰ্জীজনিত আৰু শ্বাসজনিত ৰোগত ই মহৌষধ।

৩। মেদবহুলতা হ্ৰাস কৰে।

৪। মধুমেহ ৰোগত উপকাৰী।

৫। ডালচেনি মৌৰ সৈতে খালে ধমনীত কলেষ্টৰেল জমা হব নোৱাৰে, ফলত হাৰ্টএটেকৰ সম্ভাৱনা কমি থাকে।।

লেখক :-হেমন্ত গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate